ক’ভিড আক্ৰান্ত হৈ শিলচৰ মেডিকেল কলেজ হাস্পতালত মহিলাৰ মৃত্যু

শিলচৰ মেডিকেল কলেজ হাস্পতালত ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু। শিলচৰ মেডিকেল কলেজ হাস্পতালত আজি আৰু এগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু ঘটে। মৃত মহিলাগৰাকীৰ নাম‌ মায়াৰাণী‌ কুৰ্মী। যোৱা ১ জানুৱাৰীত মহিলাগৰাকীৰ দেহত ধৰা‌ পৰিছিল ক’ভিড পজিটিভ। ২ জানুৱাৰীত শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ইপিনে যোৱা ২৬ ঘণ্টাত শিলচৰ মেডিকেল কলেজ হাস্পতালত ২৫গৰাকী‌ লোকৰ দেহত ধৰা পৰিছে কভিড পজিটিভ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...