মিজোৰামত ভয়াৱহ ৰূপ লৈছে ক’ভিডে, অসমৰ বাবে অশনি সংকেত নেকি?

অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰামত ভয়াৱহ ৰূপ লৈছে ক’ভিডে। প্ৰতিদিনে ভয়াৱহভাবে নতুন নতুন ক’ভিড পজিটিভৰ ঘটনা পোহৰলৈ আহিছে। যোৱা ২৪ ঘণ্টাত নতুনকৈ ৮৫২জন লোক আক্ৰান্ত হৈছে। ইয়াৰ লগতে ক’ভিডৰ হাতত পৰাস্ত হৈ দুজন লোকৰ মৃত্যু ঘটিছে। এইপৰ্যন্ত মিজোৰামত আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ১,৪৪,৬২৪গৰাকীলৈ। বৰ্তমান ৩,৬১৭গৰাকী লোকৰ চিকিত্সা চলি আছে। ৰাজ্যখনত ক’ভিডত মৃত্যু ঘটিছে মুঠ ৫৫৭জন লোকৰ। কভিডক পৰাস্ত কৰি ১,৪০,৪৫০গৰাকী লোকে আৰোগ্য লাভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজি বিশ্ব গঁড় দিৱস; ভাৰতৰ ক’ত, কিমান এশিঙীয়া গঁড় আছে?

আজি বিশ্ব গঁড় দিৱস। প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত বিশ্বৰ...

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...