ক’ভিড আক্ৰান্ত হৈ শিলচৰ মেডিকেল কলেজ হাস্পতালত মহিলাৰ মৃত্যু

শিলচৰ মেডিকেল কলেজ হাস্পতালত ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু। শিলচৰ মেডিকেল কলেজ হাস্পতালত আজি আৰু এগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু ঘটে। মৃত মহিলাগৰাকীৰ নাম‌ মায়াৰাণী‌ কুৰ্মী। যোৱা ১ জানুৱাৰীত মহিলাগৰাকীৰ দেহত ধৰা‌ পৰিছিল ক’ভিড পজিটিভ। ২ জানুৱাৰীত শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ইপিনে যোৱা ২৬ ঘণ্টাত শিলচৰ মেডিকেল কলেজ হাস্পতালত ২৫গৰাকী‌ লোকৰ দেহত ধৰা পৰিছে কভিড পজিটিভ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজি বিশ্ব গঁড় দিৱস; ভাৰতৰ ক’ত, কিমান এশিঙীয়া গঁড় আছে?

আজি বিশ্ব গঁড় দিৱস। প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত বিশ্বৰ...

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...