ভাল খবৰ, কাজিৰঙাত বৃদ্ধি পালে ২০০টা গঁড়

অসমৰ প্ৰতিখন ৰাষ্ট্ৰীয় উদ্য়ান আৰু অভয়াৰণ্যতে বৃদ্ধি পাইছে গঁড়ৰ সংখ্যা। চোৰাংচিকাৰীৰ হাতত এশিঙীয়া গঁড়ৰ নিধন হ্ৰাস পোৱাৰ লগে লগে অসম গৌৰৱ গঁড়ৰ সংখ্যা বৃদ্ধি হৈছে। শেহতীয়া গণনাত কাজিৰঙাত বৃদ্ধি পালে ২০০টা গঁড়। বৰ্তমান কাজিৰঙাত ২,৬১৩টা গঁড়ে বসবাস কৰে। আনহাতে, ২০১৮ৰ গঁড় পিয়লত ২,৪১৩টা গঁড় পোৱা গৈছিল।

বন বিষয়া, বিশেষজ্ঞ আৰু বনকৰ্মীৰ উপস্থিতিত কাজিৰঙাত সম্পন্ন হয় ১৪ সংখ্যক গঁড় পিয়ল ৷ ইয়াৰ পূৰ্বে পবিতৰা আৰু মানাহতো গঁড়ৰ সংখ্য়া বৃদ্ধি পাইছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...