মুকলি আকাশৰ তললৈ, জামিন লাভ কৰিলে নীলিম মহন্তই!

জামিন লাভ কৰিলে নীলিম মহন্তই। অৱশেষত মুকলি আকাশৰ তললৈ নীলিম মহন্ত! সন্ধিয়াৰ ভাগত গৃহ চহৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। দুদিন পূৰ্বে লখিমপুৰ আৰক্ষীৰ সহযোগত অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নীলিম মহন্তক।

অৰুণাচল প্ৰদেশৰ সচিবালয়ৰ দেৱালত NO MORE DAMS বুলি চিত্ৰাংকন কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰিছিল নীলিমক। NHPCৰ বৃহৎ নদীবান্ধৰ তীব্ৰ বিৰোধ কৰি চিত্ৰাংকন কৰিছিল নীলিম মহন্তই। অৰুণাচলৰ ঐতিহ্যৰ গৰিমাত আঘাত হনাৰ অভিযোগ। চিত্ৰশিল্পীগৰাকীক গ্ৰেপ্তাৰৰ পিছতে সকলোৱে একেমুখে গৰিহণা দিছিল। শীঘ্ৰে মুক্তিৰ দাবীৰে চৰকাৰৰ কাৰ্যক ধিক্কাৰ দিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...