উত্তৰ পূৱ

তেজপুৰ বিশ্ববিদ্যালয়ৰ ড০ পংকজ বৰালৈ ড০ জে এন বৰুৱা সোঁৱৰণী বিজ্ঞান বঁটা

তেজপুৰ বিশ্ববিদ্যালয়ৰ আণৱিক জীৱবিজ্ঞান আৰু জৈৱ প্ৰযুক্তি বিভাগৰ সহকাৰী অধ্যাপক ড০ পংকজ বৰাক ২০২৪ চনৰ সন্মানীয় ড০ জে এন বৰুৱা বিজ্ঞান বঁটাৰে সন্মানিত কৰা...

ৰাজ্যজুৰি ভয়ানক পৰিৱেশৰ সৃষ্টি হৈছে

নোহোৱা হৈছে মানুহ-জানোৱাৰৰ পাৰ্থক্যলজ্জিত সভ্য সমাজ, চৌদিশে প্ৰতিবাদ-প্ৰতিক্ৰিয়াইটোৰ পাছত সিটো ধৰ্ষণৰ ঘটনা ৰাজ্যত ধিঙৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো অসমবাসীক লজ্জানত কৰা...

ৰাইজে বিচৰা মতেই…

ৰাইজে বিচৰা মতেই হ’ল। পুখুৰীত পৰি মৃত্যু হ’ল ধিঙৰ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত তফাজ্জুল ইছলামৰ। আৰক্ষীৰ দাবী- নিশা অভিযানৰ সময়তে হেণ্ডকাফসহ পুখুৰীত জাঁপ মাৰি...

প্ৰাক্‌ শৈশৱ কালীন শিক্ষাৰ ছমহীয়া পাঠ্যক্ৰম আৰম্ভ

ডিব্ৰুগড়ত প্ৰাক্‌ শৈশৱকালীন পাঠ্যক্ৰম আৰম্ভ৷ মিলন নগৰস্থিত প্ৰাক্‌ প্ৰাথমিক শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰত ১৯ আগষ্ট তাৰিখে এই পাঠ্যক্ৰম আৰম্ভ হয়৷ অসম চৰকাৰৰ মহিলা আৰু শিশু...

অসমে এটকাও নাপালে, পালে মাথোঁ সাহায্য প্ৰাপ্তিৰ আশ্বাস

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ অষ্টলক্ষ্মী হিচাপে নামাকৰণ কৰিছিল উত্তৰ-পূৰ্বাঞ্চলক। এনেয়ে NDA চৰকাৰৰ নেতা-মন্ত্ৰীয়ে উত্তৰ-পূৱৰ উন্নয়নৰ দুৱাৰমুখ বুলি কয় অসমক। পিছে মুখত বৰ বৰ কথা,...

Popular