উত্তৰ পূৱ

নতুন দিল্লীত সাহিত্য অকাডেমিৰ বৃহত্তম ‘সাহিত্যোৎসৱ’

নতুন দিল্লীত সাহিত্য অকাডেমিৰ বৃহত্তম ‘সাহিত্যোৎসৱ’এই অনুষ্ঠানতে প্ৰদান কৰা হয় সাহিত্য অকাডেমি বঁটানতুন দিল্লীৰ কামানি প্ৰেক্ষাগৃহত বঁটা প্ৰদান অনুষ্ঠানঅনুষ্ঠানত সাহিত্য অকাডেমি বঁটা গ্ৰহণ মনোজ...

পেৰিছ ফেশ্বন উইক ২০২৩ত অসম কন্যা সংযুক্তা দত্তৰ থলুৱা নুনী পাটৰ নতুন ফেশ্বন সম্ভাৰ

বিশ্বৰ ভিতৰত আটাইতকৈ সন্মানীয় চাৰিটা ফেশ্বন উইকৰ ভিতৰত অন্যতম পেৰিছ ফেশ্বন উইক, ২০২৩ ত ব্যাপক সমাদৰ লাভ ভাৰতীয় ফেশ্বন ডিজাইনাৰ অসমৰ সুযোগ্যা কন্যা সংযুক্তা...

বন্দনাই কিহেৰে টুকুৰা টুকুৰ কৰিছিল স্বামী আৰু শাহুৱেকক

গুৱাহাটীৰ লোমহৰ্ষক হত্য়াকাণ্ডৰ তদন্ত অব্যাহত আছে। আজি আৰক্ষীয়ে এই লোমহৰ্ষক হত্যাকাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতা আৰু দুই সহযোগী অৰূপ দাস আৰু ধনটি ডেকাক লগত...

নিশা ২বজাত মুখ্যমন্ত্ৰীলৈ ফোন কৰিলে শ্বাহৰুখ খানে

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কৈছিল– কোন শ্বাহৰুখ খান? সেই অচিনাকি শ্বাহৰুখ খানেই নিশা ২বজাত ফোন কৰিলে মুখ্যমন্ত্ৰীলৈ। অচিনাকি শ্বাহৰুখৰ ফোন ৰিচিভ কৰি মাজনিশা...

বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ দিনত অসম আৰু উত্তৰ পূৱ ভাৰতে যথেষ্ট গুৰুত্ব লাভ কৰিছে: মন্ত্ৰী পীযুষ হাজৰীকা

জলশক্তি মন্ত্ৰালয়ৰ অধীনত ভূপালত হৈ থকা ৰাজ্যৰ মন্ত্ৰীসকলৰ সন্মীলনত অসমৰ বান আৰু খহনীয়া ব্যৱস্থাপনাৰ বিষয়ে বক্তব্য প্ৰদান জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ দেশৰ উন্নত ৰাজ্যৰ সমানে...

Popular