উত্তৰ পূৱ

এতিয়াও মিজোৰামত আবদ্ধ ২৯জন ম্যানমাৰ সেনাৰ জোৱান

মিজোৰাম আৰক্ষীৰ ওচৰত বৃহস্পতিবাৰে আত্মসমৰ্পণ কৰিছিল ম্যানমাৰ সেনাৰ ২৯গৰাকী জোৱানে। এইসকল সেনাক ভাৰত চৰকাৰে হেলিকপ্টাৰেৰে মণিপুৰৰ তামুলৈ নি ম্যানমাৰলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিছে, কিন্তু বতৰৰ...

ম্যানমাৰত হামলা ব্রাডাৰহুদ এলায়েন্সৰ, বিশাল এলেকা দখল

ম্যানমাৰত হামলা ব্রাডাৰহুদ এলায়েন্সৰ, বিশাল এলেকা দখলম্যানমাৰৰ নাগৰিকৰ পলায়ন, মিজোৰামত প্ৰৱেশ২৪ ঘণ্টাত মিজোৰামত আশ্রয় ম্যানমাৰৰ ৫,০০০ নাগৰিকৰএই লোকসকলৰ ভিতৰত আছে ৩৯গৰাকী সেনা জোৱান ভালেসংখ্যক উগ্রপন্থী...

২০২৪ৰ আগত আমেৰিকাৰ দৰে হ’ব উত্তৰ-পূবৰ পথ : গাডকাৰী

গুৱাহাটীত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ সংবাদমেল’২৪ৰ আগত আমেৰিকাৰ দৰে হ’ব উত্তৰ-পূবৰ পথ : গাডকাৰী‘অসমত ২৪৮টা কাম ১ লাখ কোটি টকা খৰচেৰে কৰি...

ৰাহুল গান্ধীৰ পদযাত্ৰাক লৈ পাহাৰীয়া ৰাজ্য মিজোৰামত উন্মাদনা

অহা ৭ নৱেম্বৰত মিজোৰামত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন। নিৰ্বাচনৰ প্রাকমুহূৰ্তত কংগ্রেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ আগমনে উদ্বেল কৰি তুলিলে ৰাজ্যখনৰ নিৰ্বাচনী পৰিৱেশ। পদযাত্ৰাত মিজো মহিলাৰ...

অৰুণাচললৈ গ’লে কি কি চাব?

ভাৰতৰ উত্তৰ-পূব দিশত অৱস্থিত এখন ৰাজ্য অৰুণাচল। অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্যই সকলো মানুহকে ৰাজ্যখনৰ প্ৰতি আকৰ্ষিত কৰে। আনফালে ফুৰি ভাল পোৱা প্ৰতিজন মানুহেই জীৱনত এবাৰ...

Popular