ন’ৰৱেৰ সাহিত্যিক জন ফছেলৈ ২০২৩ বৰ্ষৰ সাহিত্যৰ নোবেল

২০২৩ৰ সাহিত্যৰ নোবেল বঁটা ঘোষণা কৰা হৈছে। ন’ৰৱেৰ সাহিত্যিক জন ফজেলৈ এই বঁটা আগবঢ়োৱা হৈছে। সাহিত্যৰ নোবেল বিজয়ীজনক ইতিমধ্যে বিশ্ববাসীয়ে শুভেচ্ছাৰে ওপচাই পেলাইছে।

লিখক-নাট্যকাৰ হিচাপে প্রখ্যাত জন ফছে। ৬৭ বছৰীয়া জন ফজে ন’ৰেজিয়ান আৰু ইংৰাজীত লিখা-মেলা কৰে। ন’ৰৱেৰ ৰাজধানী অছলো নিৱাসী জন ফছেৰ এতিয়ালৈ ২১খন গদ্য, ২৭খন নাটক প্রকাশ পাইছে। ইংৰাজী ভাষাতো তেওঁ কেইবাখনো গ্রন্থ ৰচনা কৰিছে।

অসংখ্য পুৰস্কাৰ-বঁটাৰে ইতিমধ্যে সন্মানীত জন ফছে। ২০১৪ চনত তেওঁ ইউৰোপীয়ান প্রাইজ ইন লিটাৰেচাৰ লাভ কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...