HS প্ৰথম বাৰ্ষিকৰ বাকী থকা সকলো পৰীক্ষা বাতিল

HS প্ৰথম বাৰ্ষিকৰ বাকী থকা সকলো পৰীক্ষা বাতিল। ২৪ৰ পৰা ২৯ মাৰ্চলৈ সকলো পৰীক্ষা বাতিল। বহু শিক্ষানুষ্ঠানে পৰীক্ষাৰ পূৰ্বে খুলিছিল প্ৰশ্নকাকতৰ পেকেট। ২৪মাৰ্চত অনুষ্ঠিত হ’ব স্কুল শিক্ষা ব’ৰ্ডৰ বৈঠক। এই বৈঠকতে গ্ৰহণ কৰা হ’ব পৰৱৰ্তী সিদ্ধান্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছেলফী উঠাৰ সময়তে ব্ৰহ্মপুত্ৰত পৰিল কিশোৰ

পুনৰ ছেলফীৰ বাবেই সংঘটিত হ'ল এক শোকাৱহ ঘটনা। ছেলফি...

একাংশই দানবীৰ, মহান সজোৱা ফৰিছা চুলতানাৰ কাণ্ডই চকু কপালত তুলিব আপোনাৰো

মানুহ কিমান নিকৃষ্ট হ'ব পাৰে নুশুনিলে-নেদেখিলে আপোনাৰ বিশ্বাস নহব।...

ছাত্ৰ আন্দোলনৰ সন্মুখত নতি স্বীকাৰ

অৱশেষত ক’কৰোছৰ জয়। যন্তৰ মন্তৰসহ সমগ্ৰ দেশ জুৰি হোৱা...

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা। কপিলী নৈত গা...