গুৱাহাটীৰ খানাপাৰাত চাঞ্চল্যকৰ ঘটনা

গুৱাহাটীৰ খানাপাৰাত চাঞ্চল্যকৰ ঘটনা। গাড়ীৰ গৰাকীক অচেতন কৰি দুৰ্বৃত্তই লৈ গ’ল বাহন। খানাপাৰাৰ বাছ আস্থানত সংঘটিত হৈছে এই ঘটনা। গৰাকীক নিচাজাতীয় দ্ৰব্য খুৱাই দুৰ্বৃত্তই নিলে ছুইফ্ট বাহন, ধন, মোবাইল । AS 01RC 9646 নম্বৰৰ বাহনখন লৈ গ’ল দুৰ্বৃত্তই। বাছ আস্থানত পৰি থাকিল মৰিগাঁৱৰ আব্দুল মজিদ নামৰ লোকজন। দিছপুৰ থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ পৰিয়ালৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...