- কয়লা, চুপাৰি ব্যৱসায়ৰ SOP প্ৰস্তুতক লৈ তৎপৰ ৰাজ্য চৰকাৰ
- SOP প্ৰস্তুতৰ উদ্দেশ্যেৰে বৰাকত দুই মন্ত্ৰী
- মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বৰাকত উপস্থিত মন্ত্ৰী যোগেন মহন, বিমল বৰা
- বৰাকৰ ব্যৱসায়ী, বিশিষ্ট লোকৰে আলোচনাত মিলিত হ’ব দুই মন্ত্ৰী
- আজি কৰিমগঞ্জ আৰু হাইলাকান্দিত আলোচনা
- কাইলৈ শিলচৰত আলোচনাত মিলিত হ’ব দুই মন্ত্ৰী