নতুন ৰূপত হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী সভা | কাক কি দ্বায়িত্ব?

মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ পৰা কৰ্তন ২টাকৈ বিভাগ
উদ্যোগ আৰু বাণিজ্য বিভাগ কৰ্তন পাটোৱাৰীৰ পৰা
পাটোৱাৰীৰ পৰা কৰ্তন পৰিবহণ বিভাগো
পাটোৱাৰীক নতুনকৈ পৰিৱেশ, বন বিভাগৰ দায়িত্ব
এক্ট ইষ্ট আৰু সংখ্যালঘু পৰিক্রমা বিভাগ পাটোৱাৰীক
পৰিমল শুক্লবৈদ্যৰ পৰা বন আৰু পৰিৱেশ বিভাগ কৰ্তন
পৰিমল শুক্লবৈদ্যক পৰিবহণ বিভাগৰ দায়িত্ব
শুক্লবৈদ্যৰ হাতত থাকিব পূৰ্বৰ মীন, আবকাৰী বিভাগ
মন্ত্ৰী কেশৱ মহন্তৰ সালসলনি হোৱা নাই দায়িত্ব
ৰণোজ পেগুৰ দপ্তৰৰ কোনো সালসলনি হোৱা নাই
অশোক সিংঘলৰ পূৰ্বৰ দায়িত্ব অপৰিৱৰ্তিত
যোগেন মহন, সঞ্জয় কিষাণৰ দায়িত্ব অপৰিৱৰ্তিত
অজন্তা নেওগৰ দায়িত্ব অপৰিৱৰ্তিত
পীযূষ হাজৰিকাক নতুনকৈ সামাজিক ন্যায়, সবলীকৰণ বিভাগ
পূৰ্বৰ বিভাগ অপৰিৱৰ্তিত থাকিল পীযূষ হাজৰিকাৰ
মন্ত্ৰী বিমল বৰাৰ পৰা শক্তি বিভাগ কৰ্তন
মন্ত্রী বিমল বৰাৰ পৰা পৰ্যটন বিভাগো কৰ্তন
বিমল বৰাক উদ্যোগ আৰু বাণিজ্য বিভাগৰ দায়িত্ব
বিমল বৰাৰ সাংস্কৃতিক বিভাগৰ দায়িত্ব অপৰিৱৰ্তিত
নন্দিতা গাৰ্লোছাক শক্তি, সমবায় বিভাগৰ দায়িত্ব
নন্দিতা গাৰ্লোছাক খনি আৰু খিলঞ্জীয়া জনজাতীয় বিভাগ
জয়ন্ত মল্ল বৰুৱাক জনস্বাস্থ্য কাৰিকৰী বিভাগ
জয়ন্ত মল্ল বৰুৱাক স্কীল, নিয়োগ, উদ্যমিতা বিভাগ
জয়ন্ত মল্ল বৰুৱাক পৰ্যটন বিভাগৰো দায়িত্ব
ৰঞ্জিত দাসৰপৰা জনস্বাস্থ্য কাৰিকৰী বিভাগ কৰ্তন
ৰঞ্জিত দাসৰ খাদ্য আৰু যোগান বিভাগ অপৰিৱৰ্তিত
সাধাৰণ প্রশাসন বিভাগো ৰঞ্জিত দাসৰ হাতত
মন্ত্রী অতুল বৰাৰ বিভাগ অপৰিৱৰ্তিত
মন্ত্রী উৰ্খাও গৌৰা ব্রহ্মৰ বিভাগ অপৰিৱৰ্তিত
বিমল বৰাৰ পৰা ক্রীড়া আৰু যুৱ কল্যাণ বিভাগ কৰ্তন

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...