কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ ৰাশি (অ,ল) : মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আয় বাঢ়িব, সঞ্চয় বাঢ়িব, লগতে আজি আপোনাৰ সন্তানৰ সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

বৃষ ৰাশি (উ,ব,ই) : বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত পুৰণা বিবাদ নিস্পত্তি হোৱাৰ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ পাৰিবাৰিক সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মিথুন ৰাশি (ক,ছ) : মিথুন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত সফলতা আহিব, সম্পদ বাঢ়িব, লগতে আজি আপোনাৰ সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কৰ্কট ৰাশি (ড,হ) : কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ সকলৰ আজিৰ দিনটোত ছাত্ৰ-ছাত্ৰী সকলৰ জ্ঞান আহৰণৰ সুযোগ পাব, মনৰ আশা পূৰণ হ’ব, যদিও আজি আপোনাৰ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

সিংহ ৰাশি (ম,ট) : সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয় পৰিয়ালৰ সুখ বাঢ়িব, মনৰ আশা পুৰণ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য ক্লান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কন্যা ৰাশি (প,ঠ) : কন্যা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আয় বাঢ়িব, মনৰ সামান্য পৰিবৰ্তন হ’ব পাৰে, লগতে আজি আপোনাৰ স্বাস্থ্যৰ দিশটো উন্নতি হোৱাৰ যোগ দেখা যায়।

তুলা ৰাশি (ৰ,ত) : তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত শুভ কৰ্মলৈ মনোনিবেশ হ’ব, সমস্যাৰ সমাধান হ’ব, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।

বৃশ্চিক ৰাশি (ন,য) : বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত নতুন বন্ধু লাভ হ’ব, সন্মান বাঢ়িব, যদিও আজি আপুনি চোৰৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।

ধনু ৰাশি (ধ,ভ) : ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম ক্ষেত্ৰত প্ৰেৰণা লাভ কৰিব, প্ৰেমত শুভ হ’ব যদিও আজি আপুনি সজাগ নহ’লে আপোনাৰ মনত সামান্য অশান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মকৰ ৰাশি (খ,জ) : মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সজাগ হ’ব, ভ্ৰমণত সজাগ নহ’লে সামান্য কষ্ট পাব পাৰে লগতে আজি আপুনি সজাগ নহ’লে মনত সামান্য দুখ পোৱাৰ যোগ দেখা যায়।

কুম্ভ ৰাশি (গ,শ,স) : কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত কৰ্মত সুখ বাঢ়িব, সন্তানৰ সুখ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য জটিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মীন ৰাশি (দ,চ) : মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সফলতা বাঢ়িব, পাৰিবাৰিক সুখ বাঢ়িব, যদিও আজি আপুনি বিবাদৰ পৰা আঁতৰি থকাটো ভাল হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...