দিঠকত পৰিণত নীৰজ চোপ্রাৰ আন এক সপোন

0 8

টকিঅ’ অলিম্পিকৰ পৰা ঐতিহাসিক স্বর্ণ পদক কঢ়িয়াই অনা জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রাৰ আন এটা সপোন দিঠকত পৰিণত হৈছে। জেভলিন থ্ৰোত ভাৰতৰ প্ৰথমটো অলিম্পিক পদক অৰ্জন কৰা নীৰজে শনিবাৰে টুইট কৰি আন এক সপোন পূৰণৰ কথা উল্লেখ কৰে।

Leave A Reply

Your email address will not be published.