দুদিনলৈ মুক্তি নহয় চিত্ৰশিল্পী নীলিম মহন্তৰ

দুদিনলৈ মুক্তি নহয় চিত্ৰশিল্পী নীলিম মহন্তৰ। দুদিন অৰুণাচল আৰক্ষীৰ জিম্মাত থাকিব লাগিব নীলিম মহন্ত। দুদিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ আদালতৰ। অৰুণাচল আৰক্ষীয়ে অসম আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিছিল শিল্পী জনক। অৰুণাচল চৰকাৰে নদী বান্ধৰ সমৰ্থনত অংকন কৰাইছিল এখন ছবি। নদী বান্ধৰ সমৰ্থনত অংকন কৰা ছবি খনৰ তলত নদী বান্ধ বিৰোধী শ্লোগান লিখিছিল নীলিম মহন্তই। অৰুণাচল সচিবালয়ৰ দেৱালত নীলিম মহন্তই লিখিছিল নদীবান্ধ বিৰোধী শ্ল’গান। সেই অপৰাধতে গ্ৰেপ্তাৰ শিল্পীজনক। গোচৰ নং ৮০/২২ তথা IPC425/34ৰ অধীনত গ্ৰেপ্তাৰ শিল্পীজনক। চিত্ৰশিল্পী নীলিম মহন্তৰ মুক্তিৰ দাবীত লখিমপুৰত প্ৰতিবাদ। চিত্ৰশিল্পীক মুক্তিৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...