ৰাষ্ট্ৰীয়

পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ৰাজধানী দিল্লীৰ বায়ু প্ৰদূষণৰ মাত্ৰা

পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ৰাজধানী দিল্লীৰ বায়ু প্ৰদূষণৰ মাত্ৰা। দেওবাৰে পুৱাৰ ভাগত দিল্লীৰ বিভিন্ন অঞ্চলত বায়ু মান সুচকাংক ৫০০লৈ বৃদ্ধি পায়। অক্ষৰধাম আৰু আনন্দ...

ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ইৰাণ

ইজৰাইলৰ বিৰুদ্ধে ক’ত কেনেদৰে আক্ৰমণ চলোৱা হ’ব তাৰ পৰিকল্পনা ইতিমধ্যে প্ৰস্তুত কৰিছে ইৰাণী সেনাই। ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়ুতোল্লা আলী খামেনীৰ নিৰ্দেশক্ৰমে ইজৰাইল আক্ৰমণৰ...

ইউৰোপলৈ সৰ্বাধিক তেল ৰপ্তানিকাৰী দেশৰূপে ভাৰতৰ উত্থান

খাৰুৱা তেল উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত ১ নম্বৰ দেশ হিচাপে চিহ্নিত হৈছে ছৌদি আৰৱ। উৎপাদনৰ দিশেৰে নহ’লেও ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতে এতিয়া লাভ কৰিছে শীৰ্ষস্থান।...

কোনে দখল কৰিব হোৱাইট হাউছ?

কোনে দখল কৰিব হোৱাইট হাউছ? নিৰ্বাচনলৈ মাজত মাথো ৩টা দিন। হোৱাইট হাউছত প্ৰৱেশ কৰিব পাৰিবনে কমলা হেৰিছে? দিন চমু চপাৰ লগে লগে অগ্ৰগতি ট্ৰাম্পৰ।...

ছাৰ ডন ব্রেডমেনকো চেৰ পেলালে মুম্বাইৰ এজন বেটছমেনে

ৰঞ্জি ট্রফীত অভিষেক, খেলিছে মাথোঁ ৯খন খেলতাত আছে ৮টা শতক, যিটো হৈছে এক বিশ্ব অভিলেখছাৰ ডন ব্রেডমেনকো চেৰ পেলালে মুম্বাইৰ এজন বেটছমেনেমিজোৰামৰ হৈ খেলে...

Popular