ৰাষ্ট্ৰীয়

২৯সংখ্যক সেনাধ্যক্ষ হিচাপে কাৰ্যভাৰ জেনেৰেল মনোজ পাণ্ডেৰ

জেনেৰেল মনোজ পাণ্ডেই দেওবাৰে ২৯সংখ্যক সেনাধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে৷ জেনেৰেল এম এম নাৰাৱানেই দেওবাৰে অৱসৰ গ্ৰহণ কৰে আৰু জেনেৰেল পাণ্ডেই তেওঁৰ পৰা কাৰ্যভাৰ...

জয়শংকৰৰ বিদেশ ভ্ৰমণৰ সামৰণি

শনিবাৰে সামৰণি পৰে ভাৰত বিদেশমন্ত্ৰী ড.সুব্ৰামনিয়াম জয়শংকৰৰ দুদিনীয়া ভূটান ভ্ৰমণৰ। এই ভ্ৰমণ কালত তেওঁ দেশখনৰ বিদেশ মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ উপৰি মিলিত হয় ভূটানৰাজ্য জিগ্...

পুনৰ অধিনায়কৰ দায়িত্বত এম এছ ধোনী

পুনৰ চেন্নাই চুপাৰ কিংশৰ দায়িত্ব ল'ব মহেন্দ্ৰ সিঙ ধোনীয়ে। ৰবীন্দ্ৰ জাদেজাই দিজৰ খেলত আৰু অধিক মনোযোগ দিবলৈ আৰু মনোনিৱেশ কৰিবৰ বাবে অধিনায়কৰ দায়িত্ব ত্যাগ...

অসমৰ পৰা যোৱাৰ পূৰ্বে কি কৈ গ’ল জিগনেশ মেৱানীয়ে?

কাৰাৰুদ্ধ জীৱনৰ পৰা মুক্ত হৈ স্বভূমিলৈ গুজৰাটৰ বিধায়ক। প্ৰধানমন্ত্ৰীক সমালোচনা কৰি লিখা এটা টুইটে হঠাতে সলাই পেলাইছিল বিধায়কজনৰ জীৱন। কোকৰাঝাৰ আৰক্ষীয়ে গুজৰাটৰ পৰা গ্ৰেপ্তাৰ...

বলেৰ’ গাড়ীয়ে মহটিয়াই নিলে বাইক আৰোহীক, লক্ষ্ণৌত দুৰ্ঘটনাত নিহত অসমৰ যুৱক

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত দুৰ্ঘটনাত নিহত অসমৰ যুৱক। নিহত যুৱকজন ছয়গাঁও গৰৈমাৰীৰ আচলপাৰাৰ নুৰ হুছেইন। যুৱকজন উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানত কৰ্মৰত আছিল। কৰ্মৰত...

Popular