ৰাষ্ট্ৰীয়

মহিলাৰ গাঞ্জা সৰবৰাহৰ কৌশল দেখিলে তবধ মানিব আপুনি

অবৈধ কাৰ্যকলাপৰ বাবে নিতৌ সৰবৰাহকাৰীয়ে ন ন কৌশল অৱলম্বন কৰি আহিছে। এইবাৰ তেনে এক ঘটনা পুনৰ পোহৰলৈ আহিছে। ৪গৰাকী মহিলা আৰু দুজন লোকে ৰে'লেৰে...

অলিম্পিকৰ বক্সিং ৰিঙৰ পৰা ৰেম্প ৱাকলৈ লাভলীনাৰ সোণসেৰীয়া যাত্ৰা

লাভলীনা বৰগোহাঁই প্ৰতিগৰাকী অসমীয়াৰ আবেগ। টকিঅ’ত ব্ৰঞ্জৰ পদকেৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা অলিম্পিকত পদকজয়ী প্ৰথমগৰাকী অসমীয়া। বিজেন্দৰ সিং আৰু এম চি মেৰীকমৰ পিছত অলিম্পিকত...

এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত দেখা নাযাব নেকি অসমৰ প্ৰতীকপট?

গণৰাজ্য দিৱসৰ পেৰেডৰ বাবে অসমৰ প্ৰতীকপট প্ৰেৰণ কৰিবলৈ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰেৰণ কৰিছে পত্ৰ। ‘আজাদী কা অমৃত মহোৎসৱ’ক লৈ সাজু হ’বলৈ নিৰ্দেশ দিছে অসম...

কিংবদন্তী গায়িকা লতা মংগেশৰকাৰ আক্ৰান্ত ক’ভিডত

কিংবদন্তী গায়িকা লতা মংগেশৰকাৰ ক’ভিডত আক্ৰান্ত। দেহত কৰ’নাৰ অৱস্থিতি ধৰা পৰাৰ পিছতে ৯২ বছৰীয়া কোকিলকণ্ঠী গায়িকা গৰাকীক মুম্বাইৰ ব্ৰীচ কেণ্ডী হাস্পতালত ভৰ্তি কৰোৱা হৈছে।...

কুলীৰ পৰা লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ শ্ৰীনাথ কে

উচ্চাকাংক্ষা থাকিলে যে আকাশ চুব পাৰি, তাকে প্ৰমাণ কৰিলে কেৰেলাৰ শ্ৰীনাথ কে. নামৰ এজন ষ্টেশ্বনত বয় বস্তু কঢ়িওয়া কুলীয়ে। মাথোঁ প্ৰয়োজন এক শৃংখলিত পৰিকল্পনা...

Popular