ৰাষ্ট্ৰীয়

ভাৰতৰ আটাইতকৈ কম খৰচী ৰে’লখনৰ বিষয়ে জানেনে?

মাত্ৰ ৩০ টকা। যিকোনো ষ্টেচনলৈ যাওক মাত্ৰ ৩০ টকাত। এটা ষ্টেচনত উঠিলেও ৩০ টকা, ৫-৬টা ষ্টেচন অতিক্ৰম কৰিলেও ৩০ টকাই ভাড়া। দেশজুৰি চৰ্চিত হৈছে...

পুনৰ জে’ললৈ যাব লাগিব লালু প্ৰসাদ!

চিবিআইৰ এখন বিশেষ আদালতে মঙলবাৰে ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি) সৰ্বোচ্চ নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদক ১৩৯.৫ কোটি টকাৰ দৰন্দা কোষাগাৰ আত্মসাৎ গোচৰত...

মাৰাডোনাৰ হেবলট ঘড়ী চুৰি! অভিযুক্ত ৱাজিদ হুছেইনক জামিন

কিম্বদন্তী ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ ঘড়ী চুৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা শিৱসাগৰৰ ৱাজিদ হুছেইনক জামিনত মুক্তি। ফাদিল হ'ল শিৱসাগৰ আৰক্ষীৰ মিথ্যাচাৰ। বাঃ বাঃ ল'বৰ বাবেই...

ভাৰততকৈ কম মূল্যত ৰাফেল ক্ৰয় কৰিব ইণ্ডোনেছিয়াই!

পুনৰ চৰ্চাত ৰাফেল যুঁজাৰু বিমান ক্ৰয়ৰ প্ৰসংগ। ভাৰততকৈ কম মূল্যত ৰাফেল ক্ৰয় কৰিব ইণ্ডোনেছিয়াই। ৰাষ্ট্ৰীয় পৰ্যায়ৰ খবৰ অনুসৰি ফ্ৰান্সৰ পৰা ৪২খনকৈ যুঁজাৰু বিমান ক্ৰয়...

ৰাজস্থানত অসমৰ যুৱতীক দলৱদ্ধ ধৰ্ষণ!

ৰাজস্থানত অসমৰ যুৱতীক দলৱদ্ধ ধৰ্ষণ৪ যুৱকৰ ২৫ বছৰীয়া যুৱতীক বলাৎকাৰৰাজস্থানৰ চুৰু চহৰত নাৰকীয় ঘটনাচাকৰিৰ সাক্ষাৎকাৰৰ বাবে মাতি নিছিল যুৱতীগৰাকীকসুৰাপান কৰি ৪ যুৱকে সংঘটিত কৰিছিল...

Popular