ৰাষ্ট্ৰীয়

জম্মু-কাশ্মীৰত আৰক্ষীৰ গুলীবৰ্ষণত নিহত ৩ সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰত আৰক্ষীৰ গুলীবৰ্ষণত নিহত ৩ সন্ত্ৰাসবাদীপুলৱামা ছেক্টৰৰ ড্ৰাবগাম অঞ্চলত সংঘটিত এই ঘটনাসন্ত্ৰাসবাদীকেইটাৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰজম্মু-কাশ্মীৰ আৰক্ষীয়ে টুইটযোগে সদৰী কৰিছে এই কথা

নিজৰ স্বাৰ্থত দেশৰ স্বাৰ্থ জলাঞ্জলি দিলে নেকি নৰেন্দ্ৰ মোদীয়ে

✒️অচিন্ত্য শৰ্মা নিজৰ ব্যক্তিগত ভাবমূৰ্তিৰ আৰু পুজিপতি বন্ধুসকলৰ বৃহৎ বাণিজ্যিক স্বাৰ্থৰ বাবেই নৰেন্দ্ৰ মোদীয়ে আঠু লৈছে নেকি মুছলিম বিশ্বৰ সন্মুখত। নুপুৰ শৰ্মা আৰু নবীন...

৪ ৰাজ্যৰ ১৬খন ৰাজ্যসভা আসনৰ নিৰ্বাচন, কোনে মাৰিব শেষ হাঁহি?

আজি ৪ ৰাজ্যৰ ১৬খন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে। মহাৰাষ্ট্ৰ, কৰ্ণাটক, ৰাজস্থান আৰু হাৰিয়ানাৰ এই ৰাজ্যসভা আসনসমূহৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন। নিৰ্বাচন...

কিহৰ অংকত ব্যস্ত মোদী-ভাগৱত?

✒️অচিন্ত্য শৰ্মা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ শেহতীয়া মুছলিম তোষণকাৰী ভাষণ আৰু বিজেপিৰ প্ৰখৰ ৰাষ্ট্ৰবাদী মুখপাত্ৰ নুপুৰ শৰ্মাৰ লগতে দলৰ তথ্যপ্ৰযুক্তি কোষৰ কাৰ্যকৰ্তা...

আপোনাৰ সন্তানেও মোবাইলত খেলে নেকি অনলাইন গেম?

মোবাইলত অনলাইন গেমৰ প্ৰতি আসক্ত নেকি আপোনাৰ সন্তানটি। তেন্তে এতিয়াই সাৱধান হওক আপুনি। অন্যথা আপুনিও এদিন পৰিব পাৰে বিপদত। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ চহৰত সংঘটিত...

Popular