হাঁহি হাঁহি আনক হহুৱাই তেওঁ গ’লগৈ…ৰাজু শ্ৰীবাস্তৱ আৰু নাই!

জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ দেহাৱসান। দিল্লীৰ এইমছত চিকিৎসাধীন অৱস্থাত মৃত্যু ৰাজু শ্ৰীবাস্তৱৰ। মৃত্যুৰ সময়ত ৰাজু শ্ৰীবাস্তৱৰ বয়স হৈছিল ৫৮ বছৰ। হৃদৰোগত আক্ৰান্ত হৈ বিগত ৪২ দিনে ICUত আছিল ৰাজু। যোৱা ১০ আগষ্টৰ পৰা এইমছত চিকিৎসাধীন আছিল ৰাজু শ্ৰীবাস্তৱ। জনপ্ৰিয় কৌতুক অভিনেতাজনৰ মৃত্যুত দেশজুৰি শোকৰ ছাঁ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...