ৰাজু শ্ৰীবাস্তৱৰ প্ৰকৃত নাম কি আছিল জানেনে?

জনপ্ৰিয় কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ দেহাৱসান। দিল্লীৰ এইমছত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে ৰাজু শ্ৰীবাস্তৱৰ। মৃত্যুৰ সময়ত ৰাজু শ্ৰীবাস্তৱৰ বয়স হৈছিল ৫৮ বছৰ। হৃদৰোগাক্ৰান্ত হৈ বিগত ৪২ দিনে ICUত আছিল ৰাজু।

উল্লেখ্য যে, ৰাজু শ্ৰীবাস্তৱৰ প্ৰকৃত নাম সত্যপ্ৰকাশ শ্ৰীবাস্তৱ। গজোধৰ নামেৰেও অনুৰাগীসকলৰ মাজত জনপ্ৰিয় আছিল ৰাজু। উত্তৰ প্ৰদেশৰ কানপুৰত ১৯৬৩ৰ ২৫ ডিচেম্বৰত জন্মগ্ৰহণ কৰিছিল ৰাজুৱে।

হৃদ ৰোগত আক্ৰান্ত হৈ যোৱা ১০ আগষ্টৰ পৰা এইমছত চিকিৎসাধীন আছিল ৰাজু শ্ৰীবাস্তৱ। অভিনেতাজনৰ মৃত্যুত দেশৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘তোমাৰ স্থান জে’লত…’; উচ্চতম ন্যায়ালয়ত কিয় ভৰ্ৎসনা বলিউদৰ অভিনেতা ৰাজপাল যাদৱক?

চেক বাউন্সৰ দীৰ্ঘদিনীয়া গোচৰত আদালতৰ নিৰ্দেশ অনুসৰি নিৰ্ধাৰিত সময়ৰ...

মহানগৰীত উদণ্ড চালকৰ অতপালি; কৰ্তব্যৰত আৰক্ষীক মহটিয়াই পলায়নৰ চেষ্টা

মহানগৰী গুৱাহাটীত পুনৰ সংঘটিত হৈছে উদণ্ড চালকৰ অতপালি। কৰ্তব্যৰত...

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত EVM বিকল; ভোটগ্ৰহণৰ মাজতে হাহাকাৰ

আজি অনুষ্ঠিত হৈছে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা...