ৰাষ্ট্ৰীয়

দেশৰ সামাজিকভাৱে সুৰক্ষিত পঞ্চায়তৰ তৃতীয় স্থানত অসমৰ ভকতগাঁও পঞ্চায়ত

অসমৰ ভকতগাঁও পঞ্চায়তে ভাৰতৰ প্ৰায় ২.৬৪ লাখ গাঁও পঞ্চায়তৰ ভিতৰত তৃতীয় স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। নগাঁও জিলাৰ খাগৰিজান উন্নয়ন খণ্ডৰ অন্তৰ্গত ভকতগাঁৱে...

দিল্লীৰ আবকাৰী কেলেংকাৰিক লৈ ‘আপ’ক টাৰ্গেট কেন্দ্ৰৰ

দিল্লীৰ আবকাৰী কেলেংকাৰি সম্পৰ্কত এইবাৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ CBIৰ চমন। দেওবাৰে CBIৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে মুখ্যমন্ত্ৰী কেজৰিৱালক। CBI চমন লাভ কৰাৰ...

ফ্ৰান্সৰ আকাশত ভাৰতীয় যুঁজাৰু বিমানৰ গৰ্জন

ভাৰতীয় বায়ুসেনাৰ এটা দল কাইলৈ ফ্ৰান্সলৈ ৰাওনা হ’ব, ফ্ৰান্সৰ বায়ু আৰু মহাকাশ বাহিনীৰ (এফ এ এছ এফ) বায়ুসেনাৰ ঘাটি মণ্ট-ডি-মাৰ্ছানত অনুষ্ঠিত হোৱা এক্সাৰচাইজ অৰিয়ানত...

কিবিথুত নিশা যাপন কৰাটো চীনৰ বাবে শক্তিশালী বাৰ্তা

দুদিনীয়া কাৰ্যসূচী লৈ উত্তৰ-পূৰ্বাঞ্চলত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। সোমবাৰে অমিত শ্বাহে ডিব্ৰুগড় বিমানবন্দৰত অৱতৰণ কৰে। ডিব্ৰুগড়ত শ্বাহক আদৰণি জনায় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত...

উপাৰ্জনৰ বাবে চাফাই কৰ্মীৰ কামো কৰিবলৈ বাধ্য হৈছিল ৰিংকু সিং

IPLৰ ক্ৰিকেট বিশ্ব স্তম্ভিত ৰিংকু সিঙৰ বেটিং দৌৰাত্ম্যতঅন্তিম ৫টা বলত ৫টা ছিক্সাৰ কোবাই জিকালে KKRকৰিংকুক লৈ উৎসাহিত BCCIৰ পৰা ICCলৈ সকলোIPLৰ গ্লেমাৰ বয়ত পৰিণত...

Popular