ৰাষ্ট্ৰীয়

‘মীৰাবাঈ’ হেমাৰ নৃত্যত মন্ত্ৰমুগ্ধ প্ৰধানমন্ত্ৰী মোদী

৭৫ বয়সতো ‘ড্ৰিমগাৰ্ল’ৰ চমক‘মীৰাবাঈ’ হেমাৰ নৃত্যত মন্ত্ৰমুগ্ধ প্ৰধানমন্ত্ৰী মোদী কৃষ্ণ বন্দনাৰে মুখৰ মথুৰা। তাতে বলীউডৰ একালৰ ড্ৰমগাৰ্ল হেমা মালিনীৰ নৃত্য। এখন নৃত্যালক্ষ্যত মীৰাবাঈৰ চৰিত্ৰত মথুৰাৰ...

কোনে ল’ব দ্রাৱিড়ৰ স্থানত টীম ইণ্ডিয়াৰ প্রশিক্ষণৰ দায়িত্ব?

টীম ইণ্ডিয়াৰ প্রশিক্ষক পদৰ পৰা ৰাহুল দ্ৰাৱিড়ৰ বিদায়!ক’চ হিচাপে বিশ্বকাপৰ ফাইনেলে আছিল তেওঁৰ অন্তিম খেলবিশ্বকাপলৈ টীম ইণ্ডিয়াৰ প্রশিক্ষক হিচাপে আছিল দ্রাৱিড়ৰ চুক্তিসেই পদবী অব্যাহত...

গোৱাৰ চলচ্চিত্ৰ মহোৎসৱৰ ইণ্ডিয়ান পেনোৰামাত ‘বৰুৱাৰ সংসাৰ’

গোৱাত অনুষ্ঠিত ৫৪তম আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ, ইণ্ডিয়ান পেনোৰামা শাখাত ২২ নৱেম্বৰ তাৰিখে 'বৰুৱাৰ সংসাৰ' নামৰ তথ্যচিত্ৰখনৰ বিশ্ব প্ৰীমিয়াৰ হয়। উল্লেখযোগ্য যে বিশিষ্ট সংগীত পৰিচালক...

কপিল দেৱক আমন্ত্ৰণ নজনোৱাক লৈ গৰম ৰাজনীতি

বিশ্বকাপ জয়ৰ সপোন আধৰুৱা হৈ ৰ’ল ৰোহিত বাহিনীৰ। চকুলো টুকি খেল পথাৰ এৰিলে টীম ইণ্ডিয়াই। কিন্তু ষষ্ঠবাৰৰ বাবে অষ্ট্ৰেলিয়াই বিশ্বকাপ জয় কৰিও বিশ্বকাপৰ প্ৰতি...

মুস্তাক আলী ট্ৰফীত সৰ্বাধিক ৰান কৰিও ভাৰতীয় দলত নাম নাহিল ৰিয়ানৰ

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে T-20 শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণামুস্তাক আলী ট্ৰফীত সৰ্বাধিক ৰান কৰিও ভাৰতীয় দলত নাম নাহিল ৰিয়ানৰদলত স্থান নাই সঞ্জু ছেমছন, য়ুজবেন্দ্ৰ চাহালৰো এদিনীয়া...

Popular