ৰাষ্ট্ৰীয়

‘৭ কোটি টকা নিদিলে হত্যা কৰা হ’ব’; লৰেন্স বিষ্ণোই গেঙৰ নাম লৈ অৰবিন্দ কেজৰিৱাল আৰু কন্যা হৰ্ষিতাক প্ৰাণনাশৰ ভাবুকি

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ (AAP) মুৰব্বী অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ কন্যা হৰ্ষিতা কেজৰিৱালক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ ঘটনা পোহৰলৈ আহিছে। অভিযোগ...

পাৰ্কিঙক লৈ বিবাদৰ ভয়ংকৰ পৰিণতি! ‘হেপী দেৱালী, সকলোকে মাৰি পেলাম’ বুলি চিঞৰি ১৫-১৬ জাঁই গুলীচালনা, ফৰিদাবাদত প্ৰাক্তন টেক মহিন্দ্ৰা বিষয়াৰ হত্যাকাণ্ডৰ CCTV ফুটেজ ভাইৰেল

হাৰিয়ানাৰ ফৰিদাবাদত পাৰ্কিঙক কেন্দ্ৰ কৰি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি। চুবুৰীয়াৰ গুলীত প্ৰাণ হেৰুৱালে প্ৰাক্তন টেক মহিন্দ্ৰাৰ কাৰ্যবাহী বিষয়া পৰমজিৎ ধনখৰে। এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ CCTV...

অৰুণাচলৰ কুৰুং কুমেইত ভয়ংকৰ অগ্নিকাণ্ড! ২৫টা বাসগৃহ ভস্মীভূত, তিনি শিশুসহ ৪ জনৰ মৃত্যু

অৰুণাচল প্ৰদেশৰ কুৰুং কুমেই জিলাৰ পাৰ্ছি পাৰ্লো চহৰত বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত ৩টি শিশুসহ এগৰাকী মহিলাকে ধৰি মুঠ...

জম্মু-কাশ্মীৰত সন্ধানহীন দুই আৰক্ষী বিষয়াৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ, সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱাৰ সন্দেহ

জম্মু-কাশ্মীৰৰ কুলগামত চি আৰ পি এফৰ শিবিৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছতে এইবাৰ কিষ্টৱাৰত উদ্ধাৰ হৈছে সন্ধানহীন হৈ থকা স্পেচিয়েল অপাৰেচনছ গ্ৰুপ (SOG)ৰ দুই আৰক্ষী বিষয়াৰ...

অক্সফৰ্ডৰ মিউজিয়ামৰ পৰা ভাৰতলৈ ঘূৰাই পঠিওৱা হ’ল নগা জনগোষ্ঠীৰ ৩৯জন লোকৰ লাওখোলা

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ সময়ত ভাৰতৰ নগা জনগোষ্ঠীৰ পৰা সংগ্ৰহ কৰি লৈ যোৱা ৩৯জন লোকৰ দেহাৱশেষ অৱশেষত ভাৰতলৈ ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে। ইংলেণ্ডৰ অক্সফৰ্ড...

Popular