ৰাষ্ট্ৰীয়

২০০ বছৰ পুৰণি কোৰাণৰ আয়াত খোদিত হীৰা পিন্ধি বিতৰ্কত কৰীনা কাপুৰ! অভিনেত্ৰীগৰাকীলৈ আইনী জাননী, বিচাৰিলে ৰাজহুৱা ক্ষমা

বলিউডৰ অভিনেত্ৰী কৰীনা কাপুৰ খানক লৈ নতুন বিতৰ্কৰ সৃষ্টি হৈছে। দীপাৱলীৰ ফটোত ২০০ বছৰ পুৰণি ৰাজকীয় অলংকাৰ পৰিধান কৰাৰ বাবে অভিনেত্ৰীগৰাকীলৈ আইনী জাননী প্ৰেৰণ...

প্ৰধানমন্ত্ৰী মোদীক ‘গুজৰাটী বন্ধু’ আখ্যা ছেম পিত্ৰোদাৰ! ‘ব্যক্তিগতভাৱে অতি দয়ালু, মৰমিয়াল আৰু পৰিশ্ৰমী’, প্ৰধানমন্ত্ৰীৰ সৈতে মতভেদৰ কাৰণো স্পষ্ট কৰিলে কংগ্ৰেছ নেতাই

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ কংগ্ৰেছ নেতা তথা ইণ্ডিয়ান অ’ভাৰছিজ কংগ্ৰেছৰ অধ্যক্ষ ছেম পিত্ৰোদাই কৰা মন্তব্যই ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে। প্ৰধানমন্ত্ৰী মোদীক ব্যক্তিগতভাৱে এগৰাকী...

অসমৰ ঔদ্যোগিক বিকাশত নতুন পদক্ষেপ, উন্নতি (UNNATI) ২০২৬ৰ অধীনত ৫০০ কোটি টকাৰ ৰাজসাহায্য আঁচনি

অসমৰ উদ্যোগ আৰু উৎপাদন খণ্ডক শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। UNNATI ২০২৬ আঁচনিৰ অধীনত যোগ্য উৎপাদনকাৰী উদ্যোগসমূহৰ বাবে ‘অসম...

ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ চহৰৰ খিতাপ নৱী মুম্বাইৰ, ইন্দোৰৰ ৮ বছৰৰ অভিলেখ ভংগ

ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ চহৰৰ খিতাপ দখল কৰিছে নৱী মুম্বাইয়ে। ইয়াৰ লগে লগে বিগত একেৰাহে ৮ বছৰ ধৰি শীৰ্ষস্থান দখল কৰি অহা মধ্যপ্ৰদেশৰ ইন্দোৰৰ আধিপত্যৰ...

ৰাজ্যৰ উচ্ছেদিত পৰিয়াললৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৃহৎ সকাহ, ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ নিৰ্দেশ

ৰাজ্যৰ উচ্ছেদিত পৰিয়ালসমূহৰ বাবে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উচ্ছেদৰ সন্মুখীন হোৱা পৰিয়ালসমূহক তাৎক্ষণিকভাৱে পুনৰ সংস্থাপন, পুনৰ্বাসন আৰু ক্ষতিপূৰণ প্ৰদানৰ ব্যৱস্থা...

Popular