ৰাষ্ট্ৰীয়

ঘন কুঁৱলী ভাঙি চলিছে গণৰাজ্য দিৱসৰ আখৰা

ঘন কুঁৱলীতাপমাত্ৰা মামিছে ৩.৯ ডিগ্ৰী চেলছিয়াছলৈশীতে কোঙা কৰিছে দিল্লী গাৰ কাষত থকা মানুহজনকো চিনিব নোৱাৰা এক পৰিস্থিতি। সমগ্ৰ দিল্লী ঢাকি ধৰিছে ঘন কুঁৱলীয়ে। অদৃশ্যপ্ৰায় হৈ...

ৰাম মন্দিৰৰ তহবিলত জমাৰ ধনৰ পৰিমাণ শুনিলে আচৰিত হ’ব আপুনি

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অব্যাহত আছে বৰঙণিৰ সোঁত। দেশ-বিদেশৰ অসংখ্য ৰাম ভক্তই মন্দিৰ নিৰ্মাণৰ বাবে আগবঢ়াইছে বিশাল বৰঙণি। মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো...

বাংগালুৰুৰ CEO মাতৃৰ সন্তান হত্যাক লৈ চাঞ্চল্যকৰ তথ্য

নিজৰ ৪ বছৰীয়া কণমানি সন্তানটিক গাৰুৰে চেপি নৃশংসভাৱে হত্যা কৰিছিল বাংগালুৰুৰ এটা AI প্ৰতিষ্ঠানৰ CEO মাতৃয়ে। শিশুটিৰ মৰণোত্তৰ পৰীক্ষাৰ ফাদিল হৈছে এই তথ্য। সম্ভৱতঃ...

গুজৰাটত নেডাৰলেণ্ডৰ ৩.৬ বিলিয়ন ইউৰো বিনিয়োগৰ প্রস্তাৱ

গুজৰাটত অনুষ্ঠিত হৈছে Vibrant Gujarat Summit 2024 এই শীৰ্ষ সন্মিলনৰ দশম সংস্কৰণত ১০০খন দেশৰ অংশগ্রহণ সন্মিলনৰ সহযোগী ৰাষ্ট্র হিচাপে ৩০খন দেশৰ অংশগ্রহণ সহযোগী ৰাষ্ট্রৰ ভিতৰত অন্যতম হৈছে...

‘ডেমেজ কণ্ট্ৰ’ল’ৰ বাবে তৎপৰ মালদ্বীপ চৰকাৰ

‘ডেমেজ কণ্ট্ৰ’ল’ৰ বাবে তৎপৰ মালদ্বীপ চৰকাৰভাৰতলৈ আহি আছে ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জু!পৰ্যটকৰ বাবে লাক্ষাদ্বীপ মালদ্বীপৰ বিকল্প হৈ উঠাৰ সম্ভাৱনালাক্ষাদ্বীপত নিৰ্মাণ হ’ব টাটাৰ দুখন বিলাসী হোটেল মালদ্বীপৰ...

Popular