ৰাষ্ট্ৰীয়

ফেব্ৰুৱাৰী মাহত এইকেইটা দিনত বন্ধ থাকিব বেংক

ফেব্ৰুৱাৰী মাহত ১২ দিনৰ বাবে বেংক বন্ধ থাকিব। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ফেব্ৰুৱাৰীৰ বাবে বন্ধৰ তালিকা অনুসৰি দেশৰ বিভিন্ন স্থানত থকা বেংকত নিৰ্বাচিত বন্ধৰ দিনসমূহ...

বাজেট দাখিলৰ পূৰ্বে নতুন অৰ্থনৈতিক উপদেষ্টা নিযুক্তি

সাধাৰণ বাজেটৰ পূৰ্বে দেশৰ নতুন অৰ্থনৈতিক উপদেষ্টা নিযুক্তি। ড০ ভেংকটাৰমণ অনন্ত নাগেশ্বৰমক কেন্দ্ৰীয় চৰকাৰৰ অৰ্থনৈতিক উপদেষ্টা নিযুক্তি। শুকুৰবাৰে দেশৰ নতুন অৰ্থনৈতিক উপদেষ্টাৰূপে দায়িত্ব গ্ৰহণ...

বিশ্বত বিগত ২৪ ঘণ্টাত ৩১ লাখ ৭৩ হাজাৰ লোক কৰ’ণাত আক্ৰান্ত

বিশ্বত বিগত ২৪ ঘণ্টাত ৩১ লাখ ৭৩ হাজাৰ লোক কৰ'ণাত আক্ৰান্ত। ইয়াৰ বিপৰীতে ক'ভিডৰ পৰা আৰোগ্য লাভ কৰিছে ২২ লাখ ৫৭ হাজাৰ আক্ৰান্ত। বিগত...

২৮ দিনীয়া নহয়, গ্ৰাহকক ৩০ দিনীয়া ৰিচাৰ্জ দিব লাগিব মোবাইল কোম্পানীয়ে

মোবাইল ফোন ব্যৱহাৰকাৰীসকলৰ বাবে ডাঙৰ খবৰ। মোবাইল কোম্পানীসমূহে এতিয়াৰে পৰা ৩০ দিনীয়া ৰিচাৰ্জ প্লেন প্ৰস্তুত কৰিব লাগিব। ৩০ দিনৰ বৈধতাৰ সৈতে নতুন প্ৰিপেইড প্লেনৰ...

গেলামালৰ দোকানত সুৰা বিক্ৰীৰ অনুমতি

সুৰাপায়ীৰ বাবে ভাল খবৰ। এতিয়াৰে পৰা গেলামাল বা খাদ্যসামগ্ৰীৰ বিপণী আৰু চুপাৰ মাৰ্কেটত কিনিব পাৰিব সুৰা। শ্বেল্ফ ইন শ্বপ নীতি অনুসৰি প্ৰথমবাৰলৈ ১,০০০ বৰ্গফুটতকৈ...

Popular