ডাম্পাৰৰ খুন্দাত মৃত্যু ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰবিদৰ

উত্তৰ গুৱাহাটীত ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত মৃত্যু এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰবিদৰ। শনিবাৰে নিশা শিলসাঁকোত সংঘটিত হৈছিল এই দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছিল হেমন্ত দাস নামৰ সাঁতোৰবিদজন। GMCHত চিকিৎসাধীন অৱস্থাতে সোমবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে প্ৰতিভাৱান সাঁতোৰবিদজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...