কীৰ্তিকমলক ‘চান্দা পাৰ্টীৰ মানুহ’ আখ্যা আনন্দ মিশ্ৰৰ!

  • প্ৰসংগঃ নগাঁও এনকাউণ্টাৰৰ তদন্তৰ প্ৰতিবেদন
  • চৰকাৰী তদন্তক প্ৰত্যাহ্বান এছ পি আনন্দ মিশ্ৰৰ
  • কীৰ্তিকমলক পুনৰ ড্ৰাগছ সৰবৰাহকাৰী সজোৱাৰ চেষ্টা
  • কীৰ্তিকমলক ‘চান্দা পাৰ্টীৰ মানুহ’ আখ্যা আৰক্ষী অধীক্ষকৰ
  • সমগ্ৰ ঘটনাটো ৰাজনীতিকৰণ কৰা হৈছেঃ আনন্দ মিশ্ৰ
  • প্ৰতিবেদনত সাক্ষী সকলক সুৰক্ষা দিয়াৰ কথা কোৱা হৈছে
  • কিন্তু সাক্ষীৰ বিৰুদ্ধেও তথ্য প্ৰমাণ গতোৱাৰ হুংকাৰ এছ পিৰ
  • সকলোকে চোঁচৰাই আনিমঃ আনন্দ মিশ্ৰ
  • ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই যোৱাৰ অংগীকাৰ
  • ‘তাৎক্ষণিকভাৱে গুলীওৱাৰ সিদ্ধান্ত ভুল হ’ব পাৰে’
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...