নৱ শৰণীয়াৰ দাবী – ‘ডেৰলাখ ভোটৰ ব্যৱধানত জয়ী হ’ব’

হেট্ৰিক কৰিবলৈহে আহিছে নৱ শৰণীয়া
দ্বিতীয় স্থানৰ বাবেহে যুঁজিব UPPL, BPF-এ

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আদালতৰ পৰা সকাহ পাই নিৰ্বাচনী যীঁজৰ বাবে সাজু হৈছে কোকৰাঝাৰ সমষ্টিৰ দুবাৰৰ সাংসদ নৱ শৰণীয়া। নিৰ্বাচনী পথাৰলৈ আহিয়ে নৱ শৰণীয়াৰ দাবী –

৬০ শতাংশ ভোট লাভ কৰিব’
‘ডেৰলাখ ভোটৰ ব্যৱধানত জয়ী হ’ব

নৱ শৰণীয়াৰ গুৰুতৰ অভিযোগ UPPL, BPFএ বড়ো বড়ো খেলি অবড়োক একত্ৰিত কৰিছে। কেৱল কেইজনমান ছিকাদাৰৰ জন্ম দিয়াৰ বাদে UPPL-এ আন একো কৰিব পৰা নাই বি টি আৰত। গতিকে কোকৰাঝাৰৰ ৰাইজে এইবাৰো বিপুল ভোটত জয়ী কৰাব নব শৰণীয়াক।

নিজৰ বিৰুদ্ধে উঠা জাতি প্ৰমাণ পত্ৰৰ জালিয়তি সম্পৰ্কত তেওঁ কয় যে এয়া সংশ্লিষ্ট বিভাগৰ গৰিহণা যোগ্য কাম। কাৰ বাবে উচ্চ ন্যায়ালয়ে তেওঁৰ পক্ষত ৰায় দিছে। সমগ্ৰ দেশৰ জনজাতীয় লোকৰ বাবে তেওঁ অকলেই যুঁজ দিয়া বুলিও মন্তব্য কৰে নৱ শৰণীয়াই। নৱ শৰণীয়াৰ দল গণ সুৰক্ষা পাটিয়ে এইবাৰ কেৱল কোকৰাঝাৰতে নহয় দেশৰ বিভিন্ন প্ৰান্তত প্ৰাথী প্ৰক্ষেপ কৰিছে। দেশৰ ৫০ টা সমষ্টিত দলটোয়ে প্ৰাৰ্থী দিব বুলি ঘোষণা নৱ শৰণীয়াৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...