হায়দৰাবাদত কামপুৰৰ যুৱকৰ কৰুণ মৃত্যু, পৰিয়ালত হাহাকাৰ

বহিঃৰাজ্যত অসমৰ যুৱকৰ কৰুণ মৃত্যু। হায়দৰাবাদত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটিলে কামপুৰৰ বিষ্ণুপুৰী গাঁৱৰ যুৱক ভাস্কৰজ্যোতি নাথে। হায়দৰাবাদৰ এটা কোম্পানীত কৰ্মৰত হৈ আছিল ভাস্কৰজ্যোতি।

ভাস্কৰজ্যোতি নাথৰ মৃত্যুত শোকৰ ছাঁ বিষ্ণুপুৰীত। যুৱকজনৰ মৃত্যু সহজভাবে ল’ব পৰা নাই পৰিয়ালে। কামৰ সন্ধানত বহিঃৰাজ্যত ভাস্কৰৰ মৃত্যুৰ বাতৰিয়ে শোকাহত কৰিছে অঞ্চলবাসীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সন্তানৰ পৰীক্ষাৰ ফলাফল আনিবলৈ যাওঁতেই কৰুণ মৃত্যু ঘটিল পিতৃৰ

হৃদয়বিদাৰক, মৃত্যু বাৰু এনেকৈয়ে আহেনে! কণমানি সন্তানৰ পৰীক্ষাৰ ফলাফল...

এই সামগ্ৰীসমূহত আল্লাহৰ নাম লিখা নিষিদ্ধ কৰা হৈছে… বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত

ছৌদি আৰৱৰ বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত। ছৌদি...

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...