IIT গুৱাহাটীত কেনেকৈ মৃত্যু ঘটিল মেধাৱী প্ৰশান্তৰ?

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীত পুনৰ চাঞ্চল্যকৰ ঘটনা। ওড়িশাৰ মেধাৱী ছাত্ৰৰ ৰহস্যজনক মৃত্যু। হিউমেনিটীজ এণ্ড ছচিয়েল চায়েঞ্চ বিষয়ত গৱেষণা কৰি থকা প্ৰশান্ত কুমাৰ আহোজাৰ অকাল বিয়োগ। ২৫ জানুৱাৰীৰ আবেলি শিক্ষাৰ্থীজন IITৰ ছাত্ৰাবাসত অচেতন অৱস্থাত উদ্ধাৰ হৈছিল। পিছত শিক্ষাৰ্থীজনক গুৱাহাটী‌ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

মৰণোত্তৰ ‌পৰীক্ষাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা‌ যাব। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। গণৰাজ্য দিৱসৰ দিনাই IIT গুৱাহাটীত কেনেকৈ গৱেষক শিক্ষাৰ্থীজনৰ মৃত্যু ঘটিল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ৰাজ্যত পুনৰ সংঘটিত হৈছে ৰে’ল দুৰ্ঘটনা

ৰাজ্যত পুনৰ সংঘটিত হৈছে ৰে'ল দুৰ্ঘটনা। শনিবাৰে নিশা লামডিং...

মহাকুম্ভ মেলাত জনসমুদ্ৰ

মহাকুম্ভ মেলাত জনসমুদ্ৰ। বিভিন্ন ভেষ–ভূষাৰে মহাকুম্ভ মেলাত লাখ লাখ...

মহাকুম্ভ মেলাত মালা বিক্ৰী কৰি থকা এগৰাকী যুৱতী এতিয়া ভাইৰেল

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি আছে মহাকুম্ভ মেলা। মহাকুম্ভ মেলালৈ...

বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ আক্ৰমণৰ বলি হ’ল ছেইফ আলী খান

বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ আক্ৰমণৰ বলি হ'ল ছেইফ আলী খান। ছেইফ...