ৰাজ্যত ৬ মাৰ্চত অনুষ্ঠিত হ’ব পৌৰসভা নিৰ্বাচন

  • পৌৰসভা নিৰ্বাচনক লৈ নিৰ্বাচন আয়োগৰ সংবাদমেল
  • ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰৰ সংবাদমেল
  • ঘোষণা হ’ব পৌৰসভা নিৰ্বাচনৰ সময়সূচী
  • ৬ মাৰ্চত পৌৰসভা নিৰ্বাচন
  • পৌৰসভা নিৰ্বাচনৰ ৯ মাৰ্চত ভোটগণনা
  • ৰাজ্যৰ ৮০খন পৌৰসভাত হ’ব ভোটগ্ৰহণ
  • EVMত হ’ব পৌৰসভাৰ ভোটগ্ৰহণ
  • ১৫ ফেব্ৰুৱাৰী মনোনয়ন দাখিলৰ অন্তিম দিন
  • ২৮ ফেব্ৰুৱাৰী মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন
  • ১৭ ‍ফেব্ৰুৱাৰীত মনোনয়ন পৰীক্ষা
  • ১৫ ফেব্ৰুৱাৰীলৈ বন্ধ থাকিব ৰোড শ্ব’, ৰেলী
  • নিৰ্বাচনী প্ৰচাৰৰ বাবে ১৪ দিনৰ সময়
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...