দেশৰ প্ৰসিদ্ধ উদ্যোগপতি মুকেশ আম্বানীক মৃত্যুৰ ভাবুকি

  • দেশৰ প্ৰসিদ্ধ উদ্যোগপতি মুকেশ আম্বানীক মৃত্যুৰ ভাবুকি
  • ২০ কোটি টকা নিদিলে হত্যা কৰিব উদ্যোগপতিজনক
  • ই-মেইলযোগে এই ভাবুকি উদ্যোগপতি মুকেশ আম্বানীক
  • নিজকে দেশৰ দুৰ্ধৰ্ষ শ্বুটাৰ আখ্যা অচিনাক্ত ব্যক্তিৰ
  • অচিনাক্ত ব্যক্তিৰ ভাবুকি সন্দৰ্ভত মুম্বাই আৰক্ষীত গোচৰ ৰুজু
  • মুকেশ আম্বানীৰ নিৰাপত্তা বিষয়াই ৰুজু কৰিলে গোচৰ
  • ভাৰতীয় দণ্ডবিধিৰ 387/506(2) ধাৰাত গোচৰ ৰুজু
  • ঘটনা সন্দৰ্ভত তদন্ত মুম্বাই আৰক্ষীৰ
NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...