প্ৰাঃ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ ল’লে মন্ত্ৰী সিংহলে

ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি পুৱা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক তেখেতৰ বিধায়ক আৱাসস্থিত চৰকাৰী বাসগৃহত সাক্ষাৎ কৰে। মন্ত্ৰী সিংহলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী আৰু তেওঁৰ পৰিয়ালৰ সৈতে বাৰ্তালাপত মিলিত হোৱাৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তৰ স্বাস্থ্যৰ বুজ লয় আৰু তেওঁৰ সুস্বাস্থ্য তথা দীৰ্ঘজীৱন কামনা কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আছু-উন্নতি সভা-অসম সেনাৰ আহ্বানত ১৮ মাৰ্চত ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী সজাগতা সমদল

অসমৰ ভৱিষ্যৎ ৰক্ষাৰ্থে, অসমক ড্ৰাগছমুক্ত কৰাৰ লক্ষ্যৰে সদৌ অসম...

গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত আজীৱন বসবাস কৰিব নোৱাৰিব! মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ বক্তব্যত উদ্বেগ

গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত স্থায়ীভাৱে অনিৰ্দিষ্টকাললৈ বসবাস কৰাৰ সুবিধা...

বিয়াৰ বাবে ১ লাখ টকাৰ সাহায্য আৰু মেধাৱী কন্যাৰ বাবে স্কুটী

'বেটী বচাও বেটী পঢ়াও' আঁচনিৰ অধীনত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে...