NK HEALTH TIPS: তুলসীৰ উপকাৰিতাৰ বিষয়ে জানেনে?

NK হেলথ্ টিপছ্। আজি ক’বলৈ ওলাইছো তুলসীৰ উপকাৰিতাৰ বিষয়ে। তুলসীৰ আছে বহু ঔষধি গুণাগুণ। দৈনিক তুলসীৰ পাত খালে প্ৰতিৰোধ হয় বিভিন্ন ৰোগৰ। তুলসী পাতৰ ৰস খালে নাশ হয় কৃমি।

তেজো পৰিস্কাৰ কৰে তুলসী পাতে। তুলসী পাতৰ চাহ খালে নিৰাময় হয় যকৃত ৰোগৰ। তুলসী পাতৰ ৰস মৌৰ লগত খালে ভাল হয় কাহ। এইদৰে খালে ভাল হয় জ্বৰো। মুখৰ দুৰ্গন্ধও নাশ কৰে তুলসী পাতে।

মধুমেহ ৰোগীৰ বাবেও ভাল তুলসী পাত।নিয়মীয়াকৈ তুলসীৰ পাত খালে নিমজ হয় গাৰ ছাল। লগতে বৃদ্ধি কৰে দেহৰ সৌন্দৰ্যয়ো। তুলসীৰ পাতৰ ৰসেৰে হালধি ৰস মিহলাই খালে ভাল হয় উচ্চ ৰক্তচাপ।

এনেদৰে তুলসীৰ আছে বহু ঔষধি গুণাগুণ।ইয়াৰোপৰি বায়ু বিশুদ্ধে কৰে তুলসী গছে। গতিকে তুলসী ৰুই বায়ু বিশুদ্ধ কৰাৰ লগতে দূৰ কৰক দেহৰ বিভিন্ন সমস্যা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজস্থানত দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ত ভয়ংকৰ দুৰ্ঘটনা, কমেও ৮জনৰ মৃত্যু, আহত ৯ জন

ৰাজস্থানৰ কোটাত শনিবাৰে পুৱা দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ত সংঘটিত এক ভয়ংকৰ...

‘দৃশ্যম’ চাই শিকিলে অপৰাধৰ কৌশল! সোণৰ চেইন, বাইকৰ লোভত সহপাঠীক হত্যাৰ অভিযোগ দুই কিশোৰৰ বিৰুদ্ধে

মহাৰাষ্ট্ৰৰ থানে জিলাত জন্মদিনৰ পাৰ্টি আৰু এখন মটৰ চাইকেল...

দিল্লীত প্ৰতিবাদৰ মাজতে CJPৰ মুৰব্বী অভিজিৎ দীপকে গ্ৰেপ্তাৰ, AISAৰ মুৰব্বী নেহা বৰাক মুকলি

দিল্লীৰ কন’ট প্লেচত শুকুৰবাৰে অনুষ্ঠিত ‘লেহৰা দো তিৰংগা’ প্ৰতিবাদী...