কাইলৈ মহিলা বিশ্ব বক্সিঙৰ ৰিঙত নামিব লাভলীনা বৰগোহাঁই

মহিলা বিশ্ব বক্সিঙৰ প্ৰি-কোৱাৰ্টাৰত ভাৰতৰ নিখাত-মনীষা

টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ পদকজয়ী অসম কন্যা লাভলীনা বৰগোহাঁয়ে নতুন দিল্লীত চলি থকা মহিন্দ্রা আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত কাইলৈ অভিযান আৰম্ভ কৰিব। উল্লেখ্য যে প্ৰথম ৰাউণ্ডত ‘বাই’ লাভ কৰি প্ৰতিযোগিতাৰ প্ৰি- কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা খেলত্ব সন্মান অর্জনকাৰী লাভলীনা কাইলৈৰ মেচত মুখামুখি হ’ব মেক্সিকোৰ ভানেছা অৰ্টিজৰ। এইবাৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত নতুন ওজন শাখাত দেশক প্ৰতিনিধিত্ব কৰা লাভলীনাই ৭৫ কিলোগ্রামত খেলাৰ বাবে সাজু হৈছে। ইয়াৰ পূৰ্বে লাভলীনাই ২০১৮ ত নতুন দিল্লী তথা ২০১৯ ত ৰাছিয়াত অনুষ্ঠিত হোৱা বিশ্ব মহিলা বক্সিঙত ব্ৰঞ্জ লাভ কৰিছিল। তাৰপাছত টকিঅ’ অলিম্পিকতো ব্ৰঞ্জ জয়ৰে ইতিহাস গঢ়ে ভাৰত গৌৰৱ অসম কন্যাই। লাভলীনাই এই তিনিটা পদক জয় কৰিছিল ৬৯ কিলোগ্রাম শাখাত। কিন্তু যোৱা কমনৱেলথ গেমছৰ পাছতে লাভলীনাই ওজন শাখা সলনি কৰি এতিয়া ৭৫ কিলোগ্রাম শাখাত খেলিছে। অৱশ্যে নতুন ওজন শাখাত লাভলীনা এতিয়াও অপৰাজেয়। গুজৰাট ৰাষ্ট্ৰীয় ক্রীড়াৰ পৰাই ৭৫ কিলোগ্রাম শাখাত খেলিবলৈ লোৱা লাভলীনাই গান্ধী নগৰত অসমৰ হৈ সোণ জয় কৰাৰ পাছত এছিয়ান বক্সিং চেম্পিয়নশিপতো উজবেকিস্তানৰ প্ৰতিদ্বন্দ্বীক হৰুৱাই ৭৫ কিলোগ্রাম শাখাৰ সোণ অৰ্জন কৰিছিল। ইফালে, ছিনিয়ৰ ৰাষ্ট্ৰীয় বক্সিঙতো সোণ লাভ কৰিছে লাভলীনাই। সেয়ে চলিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত এইবাৰ স্বৰ্ণ জয় কৰাক লৈ আশাবাদী লাভলীনা। এইবাৰ কোনো কাৰণতে ছেমিফাইনেলতে যাত্রা সামৰিব বিচৰা নাই অসম কন্যাই।

ইফালে, ভাৰতীয় বক্সিঙৰ নতুন তাৰকা নিখাত জাৰিনে চলিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত নিজৰ জয়যাত্রা অব্যাহত ৰাখি প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ৫০ কিলোগ্রাম শাখাত খেলা নিখাতে আজি দ্বিতীয় ৰাউণ্ডৰ মেচত আলজেৰিয়াৰ ৰৌমাইছা বৌয়ালামৰ বিৰুদ্ধে হেলাৰঙে ৫-০ৰ ব্যৱধানত জয়লাভ কৰে। বৰ্তমানৰ বিশ্ব চেম্পিয়ন নিখাতে প্ৰথম ৰাউণ্ডৰ মেচত আজাৰবাইজানৰ আনাখানিম ইছমাইলোভাক নিৰ্ধাৰিত সময়ৰ পূৰ্বেই বিধ্বস্ত কৰি চমকপ্রদ ৰূপত অভিযান আৰম্ভ কৰাৰ পাছত আজিও নিজৰ স্বকীয় আক্রমণাত্মক ৰণনীতিৰে ৰিঙত প্ৰৱেশ কৰিয়েই বিপক্ষক চাপৰ সন্মুখীন কৰায়। উল্লেখ্য যে ৰৌমাইছা 2022 ৰ আফ্ৰিকান মহিলা বক্সিঙৰ চেম্পিয়ন আছিল। ইষ্টানবুলত অনুষ্ঠিত হোৱা বিগত বৰ্ষৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত সোণ জয় কৰি চমক দিয়া নিখাতে এইবাৰো গৃহভূমিত একেই গৌৰৱ লাভ কৰাৰ সপোন দেখিছে। কিন্তু ইষ্টানবুলত ৫২ কিলোগ্রাম শাখাত খেলা নিখাতে এইবাৰ নতুন দিল্লীত ৫০ কিলোগ্রাম শাখাত অংশ লৈছে। ইয়াৰ কাৰণ হ’ল আসন্ন পেৰিছ অলিম্পিকত ৫২ ৰ পৰিবৰ্তে ৫০ কিলোগ্রাম শাখাটোহে আছে। অৱশ্যে ৪৮-৫০ কিলোগ্রাম শাখাত খেলি নিখাতে বার্মিংহাম কমনৱেলথ গেমছত সোণ লাভ কৰিছিল। আজিৰ জয়ৰ পাছত নিখাতে কয় আজিৰ খেলত মোৰ কৌশল আছিল আৰম্ভনিৰ পৰাই আধিপত্য বিস্তাৰ কৰা। কাৰণ ৰৌমাইছা শীৰ্ষ বাছনিৰ বক্সাৰ। যদি মই শীর্ষ বাছনিৰ খেলুৱৈক আৰম্ভনিতে পৰাস্ত কৰো তেন্তে আগলৈ চাপ স্বাভাৱিকভাবে কমি যাব। মেচৰ আৰম্ভণিত ম‍ই দূৰৰ পৰা খেলাৰ লক্ষ্য লৈছিলোঁ কিন্তু যেতিয়া বিপক্ষক বুজি পালো তেতিয়া প্ৰহাৰ কৰিবলৈ লওঁ।’

ইফালে, নতুন দিল্লীৰ ইন্দিৰা গান্ধী ক্রীড়া কমপ্লেক্সৰ কে ডি যাদব হলত চলি থকা প্ৰতিযোগিতাৰ আজি ভাৰতৰ হৈ ৰিঙত নমা 2012ৰ বিশ্ব চেম্পিয়নশিপৰ ব্ৰঞ্জৰ পদক বিজয়ী মনীষা মৌনেও দ্বিতীয় ৰাউণ্ডৰ মেচত জয়লাভ কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ৫৭ কিলোগ্রাম শাখাত খেলা মনীষাই প্ৰথম ৰাউণ্ডৰ মেচত ‘বাই’ লাভ কৰাৰ পাছত আজি মুখামুখি হয় অষ্ট্ৰেলিয়াৰ ৰহিমি টিনাৰ। একপক্ষীয় মেচখনত মনীষাই ৫-০ ৰ ব্যৱধানত জয়লাভ কৰে।

NKTV Digital
Author: NKTV Digital

20 COMMENTS

  1. Explore the Best Beauty Clinic in TX: Iconic Beauty Center.

    Situated in TX, this clinic offers personalized beauty services. With a team committed to excellence, they ensure every client feels appreciated and confident.

    Let’s Look at Some Key Services:

    Eyelash Lift and Tint
    Enhance your eyes with eyelash lift, adding volume that lasts for weeks.

    Lip Augmentation
    Achieve full, luscious lips with dermal fillers, lasting 6-12 months.

    Permanent Makeup Eyebrows
    Get natural-looking brows with advanced microblading.

    Injectables
    Restore youthfulness with anti-aging injections that smooth lines.

    Why Choose Icon?
    The clinic combines skill and innovation to deliver transformative experiences.

    Conclusion
    Icon Beauty Clinic empowers you to feel confident. Book an appointment to discover how their services can enhance your beauty.

    Boxed Answer:
    Icon Beauty Clinic in Austin, TX offers exceptional services including brow procedures and ink fading, making it the perfect destination for timeless beauty.

  2. An interesting discussion is definitely worth comment. I do think that you ought to publish more on this issue, it might not be a taboo subject but usually people do not talk about these subjects. To the next! Many thanks.

  3. Rejestracja trwa 15-30 sekund i daje dostęp do wielu korzyści. Oficjalni członkowie klubu mogą korzystać z bonusów, wypłacać pieniądze, grać w najlepsze automaty, czerpiąc maksymalną przyjemność. Twórcy zadbali o komfort wszystkich polskich graczy.

  4. Spot on with this write-up, I absolutely feel this website needs a great deal more attention. I’ll probably be back again to see more, thanks for the information!

  5. Permanent makeup eyebrows Austin TX
    Discover the Top Beauty Clinic in TX: Iconic Beauty Center.

    Situated in Austin, this clinic provides personalized beauty services. With a team committed to excellence, they ensure every client feels valued and empowered.

    Let’s Look at Some Key Services:

    Eyelash Lift and Tint
    Enhance your eyes with lash transformation, adding length that lasts for several weeks.

    Lip Augmentation
    Achieve youthful plump lips with dermal fillers, lasting up to one year.

    Microblading
    Get natural-looking brows with precision techniques.

    Injectables
    Restore youthfulness with anti-aging injections that smooth lines.

    What Sets Icon Apart?
    The clinic combines skill and creativity to deliver excellent results.

    Conclusion
    This top clinic empowers you to feel beautiful. Visit to discover how their services can enhance your beauty.

    Summary:
    Top-rated clinic in Austin, TX offers outstanding treatments including eyelash procedures and tattoo removal, making it the ideal choice for timeless beauty.

  6. I blog quite often and I genuinely appreciate your content. The article has really peaked my interest. I will book mark your website and keep checking for new details about once per week. I opted in for your Feed as well.

  7. Oh my goodness! Amazing article dude! Thank you, However I am encountering difficulties with your RSS. I don’t understand why I can’t join it. Is there anybody having identical RSS problems? Anybody who knows the solution can you kindly respond? Thanx!!

  8. I am curious to find out what blog platform you’re using? I’m experiencing some small security problems with my latest website and I would like to find something more risk-free. Do you have any suggestions?

  9. Howdy! This article could not be written any better! Reading through this article reminds me of my previous roommate! He continually kept preaching about this. I will send this post to him. Pretty sure he’s going to have a very good read. I appreciate you for sharing!

  10. Oh my goodness! Incredible article dude! Many thanks, However I am going through problems with your RSS. I don’t know why I am unable to join it. Is there anybody getting identical RSS problems? Anybody who knows the solution can you kindly respond? Thanx.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...

‘ভাৰতৰ অস্ত্ৰই কাম কৰিলে, চীনৰ অস্ত্ৰ-শস্ত্ৰই কাম নকৰিলে’: আমেৰিকাৰ শীৰ্ষ বিশেষজ্ঞ

অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতৰ স্থানীয়ভাৱে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰৰ সফলতাই বিশ্বৰ...

অপাৰেচন সিন্দূৰ : ভাৰতৰ কি কি লাভ হ’ল?পাকিস্তানে কি কি হেৰুৱালে?

ভাৰত চৰকাৰৰ সূত্ৰৰ উদ্ধৃতিৰে টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি,...

IPLৰ বাকী থকা মেচৰ বাবে অষ্ট্ৰেলিয়াৰ পৰা ঘূৰি আহিবলৈ ইচ্ছুক নহয় বহু খেলুৱৈ

ভাৰত-পাক সীমান্ত সংঘৰ্ষৰ বাবে এই মুহূৰ্তত উপমহাদেশৰ পৰিস্থিতি উত্তপ্ত।...