গুজৰাটত অসমীয়াগিৰি! অংকুশিতা আৰু লভলীনাই জিনিলে স্বৰ্ণপদক

একেদিনাই অসমৰ ২ বক্সাৰে ৰাষ্ট্ৰীয় ক্ৰীড়াত জিনিলে স্বৰ্ণপদক। অসমৰ অলিম্পিদক পদকজয়ী লাভলীনা বৰগোহাঁইয়ে জিনিলে স্বৰ্ণপদক।

ইয়াৰ পূৰ্বে প্ৰথমটো স্বৰ্ণ উপহাৰ দিছিল অংকুশিতা বড়োৱে।

ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অন্তিম দিনা স্বৰ্ণ উপহাৰ দিলে ২ অসম সন্তানে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চুইজাৰলেণ্ডৰ ডাভোছৰ ৱৰ্ল্ড ইক’নমিক ফ’ৰামত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই

চুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগা...

সন্তানৰ পৰীক্ষাৰ ফলাফল আনিবলৈ যাওঁতেই কৰুণ মৃত্যু ঘটিল পিতৃৰ

হৃদয়বিদাৰক, মৃত্যু বাৰু এনেকৈয়ে আহেনে! কণমানি সন্তানৰ পৰীক্ষাৰ ফলাফল...

এই সামগ্ৰীসমূহত আল্লাহৰ নাম লিখা নিষিদ্ধ কৰা হৈছে… বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত

ছৌদি আৰৱৰ বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত। ছৌদি...

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...