বাজেট দাখিলৰ পূৰ্বে মন্ত্ৰী পীযূষ হাজৰিকাৰ বিভাগৰ সৈতে বিশদ আলোচনা বিত্ত মন্ত্ৰীৰ

১৬ মাৰ্চত বিধানসভাত বিত্ত মন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব বাজেট। বাজেট দাখিলৰ পূৰ্বে ২ মন্ত্ৰীৰ গুৰুত্বপূৰ্ণপূৰ্ণ আলোচনা।

জনতা ভৱনস্থিত বিত্ত বিভাগৰ সভাকক্ষত বিত্ত মন্ত্ৰী অজন্তা নেওগৰ সৈতে আগন্তুক ২০২৩-২৪ বৰ্ষৰ বাজেট অধিৱেশনৰ পূৰ্বে বিস্তৃত আলোচনা কৰে বিভাগীয় মন্ত্ৰী পীযূষ হাজৰিকাই।

আজি জলসম্পদ, তথ্য, জনসংযোগ, মুদ্ৰন আৰু লেখন সামগ্ৰী, সামাজিক ন্যায় আৰু সৱলীকৰণ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ বাজেট সন্দৰ্ভত বিশদ আলোচনা।

বৈঠকত বিত্ত বিভাগ আৰু উপৰোক্ত বিভাগসমূহৰ শীৰ্ষ বিষয়াবৰ্গ উপস্থিত থাকে। উল্লেখ্য যে, ১০ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব বিধানসভাৰ বাজেট অধিৱেশন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পাইলট স্মিতৰ কেনেকৈ প্ৰাণ ৰক্ষা কৰিছিল চিকিৎসকে?

হীৰেন শৰ্মা মাজ আকাশত তেতিয়া শ্বাসৰুদ্ধকৰ পৰিস্থিতি। ফ্লাইডুবাই বিমানখনৰ ককপিটত...

কৃষক পঞ্জীয়নত কোনো ধৰণৰ গাফিলতি সহ্য কৰা নহ’বঃ মন্ত্ৰী পীযুষ হাজৰীকা

জিলা কৃষি বিষয়াসকলৰ সৈতে জৰুৰী পৰ্যালোচনা বৈঠক কৃষি মন্ত্ৰী...

মৃত্যুৰ পিছত অংগদান অসম ৰাইফলছৰ জোৱানৰ; নাগালেণ্ডত গুলীবিদ্ধ হৈ মৃত্যু অসম ৰাইফলছৰ জোৱান ভি তেজাৰ

নাগালেণ্ডত অভিযানকালীন কৰ্তব্য পালন কৰি থকাৰ সময়ত গুলীৰ আঘাতত...

ভাৰত-ঘানাৰ মাজত দুখন MoU স্বাক্ষৰ; বিজ্ঞান, শিক্ষা আৰু কৃষি গৱেষণাত সহযোগিতা বৃদ্ধিৰ লক্ষ্য

ভাৰত আৰু ঘানাই বৈজ্ঞানিক গৱেষণা, শিক্ষা, দক্ষতা বিকাশ, কৃষি...