চেলুনত বাজি উঠিল দুখৰ গান, ফেকুৰি ফেকুৰি কান্দিলে আৱেগিক লোকজনে

সামাজিক মাধ্যমত ভাইৰেল এটা ভিডিঅ’। এজন লোকে চুলি কাটিবলৈ প্ৰৱেশ কৰিছিল চেলুনত। চিৰাচৰিতভাৱে চুলি কটাবলৈ আসনত বহিল লোকজন। হঠাতে বাজি উঠিল দুখৰ আৱেগভৰা এটা জনপ্ৰিয় হিন্দী গীত। গানটো বাজি উঠাৰ লগে লগে আৱেগিক হৈ পৰিল লোকজন। গান যিমানে বাজি উঠিছে লোকজনেও সিমানে উচুপি উঠিছে।

ফেকুৰি ফেকুৰি কান্দি উঠা লোকজনৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰেংকিঙৰ জোৰত এছিয়ান গেমছৰ ছেমিফাইনেলত ভাৰত

এটা বলো নোহোৱাকৈয়ে এছিয়ান গেমছ ২০২৬ৰ ক্ৰিকেটৰ কোৱাৰ্টাৰ ফাইনেলৰ...

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...