ৰাজ্যিক বিজেপিৰ সাম্ভাৱ্য প্ৰাৰ্থী তালিকা ৰাষ্ট্ৰীয় নেতৃত্বৰ টেবুলত

ৰাজ্যিক বিজেপিৰ সাম্ভাৱ্য প্ৰাৰ্থী তালিকা ৰাষ্ট্ৰীয় নেতৃত্বৰ টেবুলত
সাম্ভাৱ্য প্ৰাৰ্থী তালিকাত ৰথী-মহাৰথীৰ নাম
সৰ্বানন্দ সোণোৱালক বিচাৰিছে ৩টা সমষ্টিৰ কাৰ্যকৰ্তাই
গুৱাহাটী, ডিব্ৰুগড় আৰু লখিমপুৰে বিচাৰিছে সোণোৱালক
ডিফুত হ’ব পাৰে মহিলা প্ৰাৰ্থী নন্দিতা গাৰ্লোছা
সাংসদ হৰেণ সিং বে’ৰ বিকল্প হ’ব পাৰে অমৰসিং তিছো
শোণিতপুৰৰ প্ৰাৰ্থী হ’ব পাৰে বিধায়ক ৰঞ্জিত দত্ত
শিলচৰৰ পৰা নিৰ্বাচন খেলিব পাৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই
যোৰহাটত তপন গগৈয়ে পুনৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা
নগাঁৱক লৈ এতিয়াও অনিশ্চয়তাত বিজেপি
দৰং-ওদালগুৰিত দিলীপ শইকীয়াৰ ভাগ্য পুনৰ উদয় হোৱাৰ সম্ভাৱনা

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে ‘অপাৰেচন সিন্দূৰ’ত

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৃহস্পতিবাৰে সৰ্বদলীয় বৈঠকত জনায় যে,...

১৯৭১ৰ ভাৰত-পাক যুদ্ধ আৰু ইজৰাইল-ভাৰতৰ বন্ধুত্ব

বুধবাৰে ভাৰতে পাকিস্তানত সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয়ৰ বিৰুদ্ধে ‘অপাৰেচন সিন্দূৰ’...

এম এছ ধোনীৰ পৰা কপিল দেৱলৈ, ভাৰতীয় সেনাত সেৱা আগবঢ়োৱা ৫ ক্ৰিকেটাৰ

ভাৰতীয় সেনাৰ সাহসী আৰু কৌশলগত সন্ত্ৰাসবাদবিৰোধী অভিযান ‘অপাৰেচন সিন্দূৰ’ৰ...

এম এছ ধোনী আৰু ৰোহিত শৰ্মাৰ টেষ্ট অৱসৰৰ ৩টা সাদৃশ্য

ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলা আৰম্ভ হোৱাৰ এমাহ পূৰ্বে ভাৰতীয় টেষ্ট...