ক’ভিড আক্ৰান্তৰ এতিয়াও দ্বিতীয় স্থানত ভাৰত

দেশত ক্ৰমাৎ হ্ৰাস পাইছে ক’ভিডৰ সংক্ৰমণ। মঙলবাৰে ভাৰতত ক’ভিড আক্ৰান্ত হৈছে ৬৭ হাজাৰ ৫৯৭ জন লোক। ২৪ ঘণ্টাত মৃত্যু হৈছে ১ হাজাৰ ১৮৮ জন লোকৰ। দৈনিক পজিটিভিটীৰ হাৰ হৈছে ৫.০২ শতাংশ। বৰ্তমানেও আক্ৰান্তৰ শীৰ্ষত আছে কেৰালা।
আনহাতে, সমগ্ৰ বিশ্বতে ক’ভিডত আক্ৰান্ত হৈছে ৯ লাখ ৪০ হাজাৰ ৩৪৪ জন লোক। ২৪ ঘণ্টাত মৃত্যু হৈছে ৩ হাজাৰ ৩৫ জন লোকৰ। আৰোগ্য লাভ কৰিছে ১২ লাখ ৭৮ হাজাৰ ৪৫৬ জন লোকে। বৰ্তমানেও সক্ৰিয় ক’ভিড ৰোগী আছে ৭ কোটি ৪৪ লাখ ৭৩ হাজাৰ ৬৩৪ জন। আক্ৰান্তৰ শীৰ্ষত এতিয়াও আমেৰিকা যুক্তৰাষ্ট্ৰ, দ্বিতীয় স্থানত ভাৰত আৰু তৃতীয় স্থানত আছে ব্ৰাজিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...