অসমত কমিলেও চুবুৰীয়া মিজোৰামত বাঢ়িছে ক’ভিড

অসমত কমিলেও চুবুৰীয়া মিজোৰামত বাঢ়িছে ক’ভিড। যোৱা ২৪ ঘণ্টাত মিজোৰামত ৮৩৯গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে। বৰ্তমান ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছেগৈ ৪,২০৯গৰাকীলৈ। কভিডত ৰাজ্যখনত মৃত্যু ঘটা লোকৰ সংখ্যা হৈছেগৈ ৬৬৪জনলৈ। দৈনিক প্ৰতি মুহূৰ্তে বাঢ়িয়েই আছে আক্ৰান্তৰ সংখ্যা। সকলোকে ক’ভিড বিধি মানি চলাৰ আহ্বান স্বাস্থ্য বিভাগৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...