শ্বেন ৱাৰ্ণৰ মৃত্যুক লৈ কিয় চলিছে চৰ্চা?

কিম্বদন্তী শ্বেন ৱাৰ্ণৰ মৃত্যুক লৈ এতিয়াও চৰ্চা অব্যাহত। লেগ স্পীনাৰজনৰ মেনেজাৰে শেহতীয়াকৈ জনায়েছে যে মৃত্যুৰ দুসপ্তাহ পূৰ্বে বুকুৰ বিষত ভুগিছিল শ্বেন ৱাৰ্ণ। এই সময়ছোৱাতে কঠোৰ খাদ্যভ্যাস মানি চলিছিল অষ্ট্ৰেলিয়াৰ বিশ্ব খ্যাত তাৰকাজনে।

কেৱল পনীয়া আহাৰ হে গ্ৰহণ কৰিছিল শ্বেন ৱাৰ্ণে।মেনেজাৰ জনৰো শ্বেন ৱাৰ্ণৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যৃ হোৱাৰ সন্দেহ।

লেগ স্পীনাৰজনে শৰীৰৰ ওজন কমাবৰ বাবেও চেষ্টা চলাইছিল বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে মেনেজাৰজনে। ইফালে এতিয়াও শেষকৃত্য সম্পন্ন হোৱা নাই শ্বেন ৱাৰ্ণৰ।

এতিয়া কিম্বদন্তী জনৰ মৃতদেহ থাইলেণ্ডতে আছে। মৃতদেহ অষ্ট্ৰেলিয়ালৈ নিয়াৰ বাবে চলাই আছে প্ৰক্ৰিয়া। পৰিয়ালৰ লোকে সঘন যোগা যোগ কৰি আছে থাইলেণ্ডৰ দূতাবাসৰ সৈতে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মীৰাটৰ ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডত পত্নী মুস্কান ৰাস্তোগী আৰু প্ৰেমিক চাহিল শুক্লাক মৃত্যুদণ্ড

উত্তৰ প্ৰদেশৰ মীৰাটৰ বহুচৰ্চিত ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডৰ গোচৰত ডাঙৰ...

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ...

‘লাঠিৰ প্ৰত্যুত্তৰ বাঁহীৰে…!’ প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগৰ মাজতে বাঁহীৰে প্ৰতিবাদ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ...