পুনৰ উগ্ৰপন্থীৰ আক্ৰমণৰ সন্মুখীন কাশ্মীৰী পণ্ডিত

বিবেক অগ্নিহোত্রীৰ দ্বাৰা পৰিচালিত ‘দ্য কাশ্মীৰ ফাইলছ ছবিক লৈ যি সময়ত সৰ্বত্ৰে চৰ্চা চলিছে সেই সময়ত পুনৰ উগ্ৰপন্থীৰ আক্ৰমণৰ সন্মুখীন হৈছে কাশ্মীৰী পণ্ডিত ।

Kashmiri Pandit community in US condemns targeted killings of civilians in  Valley- The New Indian Express


জানিব পৰা মতে,দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান জিলাত উগ্ৰপন্থীয়ে কাশ্মীৰী পণ্ডিতৰ ওপৰত গুলী চালনা কৰিছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ব্যক্তিজনক সনুকুমাৰ বালজী বুলি চিনাক্ত কৰা হৈছে। তেওঁক লগে লগে শ্ৰীনগৰৰ সেনা চিকিৎসালয়লৈ লৈ যোৱা হৈছে। যোৱা ২৪ ঘণ্টাত, কাশ্মীৰত সাতজন উগ্ৰপন্থীৰ ধ্বংসাত্মক পৰিস্থিতিৰ বলি হৈছে। তেওঁলোকৰ চাৰিজন আন ৰাজ্যৰ শ্ৰমিক আৰু দুজন চিআৰপিএফ জোৱান।

Panun kashmir | Latest News on Panun-kashmir | Breaking Stories and Opinion  Articles - Firstpost


উগ্ৰপন্থীয়ে সোমবাৰে আবেলি পুলৱামাত দুজন শ্ৰমিকক আক্ৰমণ কৰে। আহতসকলক পাটলেশ্বৰ কুমাৰ আৰু জাকো চৌধুৰী বুলি চিনাক্ত কৰা হৈছে। দুয়োজন বিহাৰৰ বাসিন্দা। তাৰ পিছত পুলৱামাৰ নওপোৰা অঞ্চলত পঞ্জাৱৰ দুজন শ্ৰমিকক গুলীয়াই হত্যা কৰা হয়। শ্ৰীনগৰত দুজন চিআৰপিএফ জোৱানকো আক্ৰমণ কৰে উগ্ৰপন্থীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সন্তানৰ পৰীক্ষাৰ ফলাফল আনিবলৈ যাওঁতেই কৰুণ মৃত্যু ঘটিল পিতৃৰ

হৃদয়বিদাৰক, মৃত্যু বাৰু এনেকৈয়ে আহেনে! কণমানি সন্তানৰ পৰীক্ষাৰ ফলাফল...

এই সামগ্ৰীসমূহত আল্লাহৰ নাম লিখা নিষিদ্ধ কৰা হৈছে… বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত

ছৌদি আৰৱৰ বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত। ছৌদি...

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...