ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ পদত্যাগ

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ পদত্যাগ। EDৰ মাৰাথন জেৰাৰ অন্তত পদত্যাগ কৰে মুখ্যমন্ত্ৰীজনে।ৰাজ্যপালৰ ওচৰত পদত্যাগ-পত্ৰ প্ৰেৰণ হেমন্ত ছোৰেনৰ। তাৎক্ষণিকভাৱে বিধায়িনী দলৰ বৈঠকৰ আহ্বান হেমন্ত ছোৰেনৰ। চম্পাই ছোৰেনক বিধায়িনী দলৰ নেতা নিৰ্বাচিত। চম্পাই ছোৰেন ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা। ভূমি কেলেংকাৰিৰ গোচৰত EDৰ মাৰাথন জেৰা ছোৰেনক। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে হেমন্ত ছোৰেন। বৰ্তমান EDৰ জিম্মাত আছে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...