গ্ৰেপ্তাৰ হ’ল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন

গ্ৰেপ্তাৰ কৰা হ’ল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক। EDৰ মাৰাথন জেৰাৰ অন্তত পদত্যাগ কৰিছিল মুখ্যমন্ত্ৰীজনে। পদত্যাগৰ পাছতে গ্ৰেপ্তাৰ কৰা হ’ল মন্ত্ৰীজনক। ৰাজ্যপালৰ ওচৰত পদত্যাগ-পত্ৰ দাখিল হেমন্ত ছোৰেনৰ। চম্পাই ছোৰেন ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা। ভূমি কেলেংকাৰিৰ গোচৰত EDএ গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰী ছোৰেনক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছৌদি আৰৱৰ পৰা স্বদেশলৈ উভতিল প্ৰায় ৩,০০০ আবদ্ধ ভাৰতীয় উমৰাহ যাত্ৰী

ছৌদি আৰৱত আবদ্ধ হৈ থকা প্ৰায় ৩,০০০ ভাৰতীয় উমৰাহ...

ফ্ৰেন্স অ’পেনত বিশ্বৰ ২ নম্বৰ আকানে য়ামাগুচিক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত অসম কন্যা অস্মিতা

ফ্ৰেন্স অ’পেন ২০২৬ বেডমিণ্টন প্ৰতিযোগিতাত কেৰিয়াৰৰ অন্যতম বৃহৎ সাফল্য...

যুৱতীৰ সৈতে অসৎ আচৰণৰ অভিযোগক লৈ সংঘাত, চুবুৰীয়াৰ প্ৰহাৰত DRDO কৰ্মচাৰীৰ মৃত্যু

হায়দৰাবাদত এগৰাকী ২৩ বছৰীয়া যুৱতীৰ সৈতে অসৎ আচৰণ কৰাৰ...