ৰবীন্দ্ৰ জাদেজাই এই কাৰণৰ বাবে টেষ্ট ক্ৰিকেটৰ পৰা ল’ব অৱসৰ!

ৰবীন্দ্ৰ জাদেজাই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সম্ভাৱনা আছে। খবৰ অনুসৰি, ভাৰতীয় অলৰাউণ্ডাৰগৰাকীয়ে। ইয়াৰ পূৰ্বে ৰবীন্দ্ৰ জাদেজা নিউজিলেণ্ডৰ বিৰুদ্ধে অন্তিম খন টেষ্ট শৃংখলাৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল। যদিহে আঁঠুৰ অস্ত্ৰোপচাৰ সম্পন্ন হয় তেন্তে চাৰিৰ পৰা ছয় মাহৰ বাবে ক্ৰিকেটৰ ফিল্ডৰ পৰা বাহিৰত থাকিব লাগিব খেলুৱৈগৰাকী।
ৰবীন্দ্ৰ জাদেজাই এতিয়ালৈকে ২,১৯৫ ৰান সংগ্ৰহ কৰিছে। ৫৭খন মেচত ৰবীন্দ্ৰ জাদেজাৰ গড় ৰান ৩৩.৭৬। ইয়াৰ লগতে জাদেজাই টেষ্ট কেৰিয়াৰত ২৩২ টা উইকেট দখল কৰিছে। আনহাতে, টেষ্ট ক্ৰিকেটত ২০০ টা উইকেট লোৱা দ্ৰুততম বাওঁহতীয়া বলাৰ। এদিনীয়া আৰু টি 20 ক্ৰিকেটত অধিক গুৰুত্ব দিয়াৰ বাবে টেষ্ট মেচৰ পৰা অৱসৰ লোৱাৰ সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...